ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা জি.পি. সিঙৰ গুৰুত্বপূৰ্ণ বৈঠকঃ ল’লে কেইবাটাও সিদ্ধান্ত-

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 2, 2023
Reading Time: 1 min read
A A
0
নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা জি.পি. সিঙৰ গুৰুত্বপূৰ্ণ বৈঠকঃ ল’লে কেইবাটাও সিদ্ধান্ত-

RELATED POSTS

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

অসম আৰক্ষী সঞ্চালক প্ৰধান হিচাবে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা জি.পি. সিঙৰ (G.P Singh) উপস্থিতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা উচ্চ পদস্থ বিষয়ালৈকে অংশগ্ৰহণ কৰে।

G. p Singh
অসম আৰক্ষী অধীক্ষক জি.পি সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক

এই বৈঠকত লোৱা সিদ্ধান্ত সমূহৰ ভিতৰত হৈছে-

১. অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিটো কৰ্মদিনত পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১ বজাকৈ এগৰাকী বিষয়া উপস্থিত থাকিব লাগিব আৰু তেওঁৰ ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ সন্দৰ্ভত আলোচনা কৰি সেইসমূহ শীঘ্ৰে নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰিব। এই কাৰ্যপন্থা অহা ১৩ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ’ব।

২. জৰুৰীকালীন অৱস্থাৰ বাহিৰে অন্য দিনত আৰক্ষী অধীক্ষকৰ অধীনত থকা এলেকা সমূহৰ আৰক্ষী সকলক এটা দিনৰ বাধ্যতামূলক চুটি মঞ্জুৰ কৰা হ’ব। এই নিয়ম থানা তথা আৰক্ষী চকীত থকা ভাৰপ্ৰাপ্ত বিষয়া আৰু চাৰ্ছ পষ্টৰ আৰক্ষীৰ সৈতে প্ৰযোজ্য নহয়।

৩. অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে প্ৰতিখন জিলা, বেটেলিয়ানৰ কাৰ্যালয় তথা অসম আৰক্ষীৰ অধীনত থকা অন্যান্য সংস্থাসমূহে অহা দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰীৰ পেঞ্চন কাম- কাজসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰিব । লগতে, বৰ্তমান পৰিপ্ৰেক্ষিতত প্ৰাক্ষ এবছৰৰ আগৰ পৰাই অৱসৰ গ্ৰহণ কৰিবলগা বিষয়া-কৰ্মচাৰী তথা অন্যান্য আৰক্ষীৰ লোকসকলৰ পেঞ্চনৰ যাৱতীয় কাম-কাজসমূহ আৰম্ভ হ’ব।

৪. জিলা, বেটেলিয়ানসমূহৰ লগতে আৰক্ষীৰ অন্যান্য সংস্থাসমূহত সকলো মহিলা আৰক্ষীৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা কৰা হ’ব।

৫. আৰক্ষীৰ লোকসকলে ৰাইজে স্পষ্টকৈ দেখাকৈ স্থানীয় বা দ্বি ভাষিক নামপ্লেট লগাব লাগিব।

এই বৈঠকত নতুন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সকলো আৰক্ষীক নিজ দায়িত্ব সমূহ নিষ্ঠাসহ পালন কৰাৰ আহ্বান জনোৱাৰ লগতে ৰাইজ তথা সহ কৰ্মীক সন্মান তথা মৰ্যদা প্ৰদান কৰাতো নিশ্চিত কৰিব লাগিব বুলি মন্তব্য কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: জি.পি. সিঙ
Share4Tweet3Send

Related Posts

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
52
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
50
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d