ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

BUDGET:নিৰ্মলাৰ বাজেটৰ পিছত কিহৰ দাম বাঢ়িব, কি সস্তা হʼব?

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
February 1, 2023
Reading Time: 1 min read
A A
0
BUDGET:নিৰ্মলাৰ বাজেটৰ পিছত কিহৰ দাম বাঢ়িব, কি সস্তা হʼব?

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POSThttp://(Finance Minister Nirmala Sitharaman )

RELATED POSTS

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman )চলিত বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। কৰ ৰেহাইৰ ক্ষেত্ৰত বাজেটত গুৰুত্বপূৰ্ণ কথা আছে। কৰ ৰেহাই ঘোষণাৰ পৰা সকাহ পালে কৰ্মচাৰীসকলে।

বাজেট:
নিৰ্মলাৰ বাজেট:

বাজেটত বৃদ্ধি পাইছে কেইবাটাও সামগ্ৰীৰ দাম। কেইবাটাও সামগ্ৰী সস্তাও হৈছে। বাজেটৰ পিছৰ মূল্যৰ পৰিৱৰ্তন চাওঁ আহক:

ধূমপায়ীসকলৰ বাবে বাজেটত কোনো ভাল খবৰ নাই। চিগাৰেটৰ দাম বৃদ্ধি পাব। এইবাৰৰ বাজেটত চিগাৰেটৰ ওপৰত ১৬ শতাংশ কৰ আৰোপ কৰা হৈছে।

a93b2c9d 16aa 4d58 ba2c 1f8923aba024 | ASSAM TIMES POSTমোবাইল পাৰ্টছৰ ওপৰত প্ৰযোজ্য আমদানি শুল্কৰ পৰা ৰেহাই। ফলত মোবাইলৰ মূল্য হ্ৰাস পাব।

4c4f8ea8 fef4 41a7 9796 87b19d78a80f | ASSAM TIMES POSTটিভিৰ অংশৰ আমদানি শুল্কৰো ৰেহাই দিছে চৰকাৰে। ফলত টিভিৰ দাম কমি যাব।

c65bd9a0 0d31 40c2 b6bb 6b6d023d96b1 | ASSAM TIMES POSTপাকঘৰৰ বৈদ্যুতিক চিমনিৰ দাম বৃদ্ধি পাব। বাজেটত চিমনিৰ আবকাৰী শুল্ক বৃদ্ধি কৰিছে চৰকাৰে।

f10c9455 a050 4b7f af5a e711e0b3faaa | ASSAM TIMES POSTৰূপৰ দাম বাঢ়িব গৈ আছে। ৰূপৰ আবকাৰী শুল্কৰ পৰিমাণ বাজেটত বৃদ্ধি কৰা হৈছে।

13910403 05d5 42da 9430 115b77fa1717 | ASSAM TIMES POSTকেমেৰাৰ লেন্সৰ দামো হ্ৰাস পাব। বাজেটত লেন্সৰ শুল্ক হ্ৰাস কৰা হৈছে।

15 6 aarjoo lance camera lt15822 original imaeexjt6fy7xwvh e1675243437198 | ASSAM TIMES POSTশিশুৰ দেশী খেলনাৰ দাম হ্ৰাস পাব। বাজেটত খেলনাৰ ওপৰত শুল্ক ৰেহাই।

বাজেটৰ পিছত দেশী চাইকেলৰ মূল্যও হ্ৰাস পাব। দেশত নিৰ্মিত চাইকেলৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে।

বিদেশী বৈদ্যুতিক গাড়ীৰ দাম বৃদ্ধি পাব। কিন্তু দেশত নিৰ্মিত ইলেক্ট্ৰিক গাড়ীৰ মূল্য হ্ৰাস পাইছে। বাজেটতো একেই ইংগিত দিছে বিত্তমন্ত্ৰীয়ে।

হীৰাৰ দামো হ্ৰাস পাব। বাজেটত হীৰাৰ ওপৰত শুল্ক ৰেহাই দিয়া হৈছে।

বাজেটৰ পিছত লিথিয়াম বেটাৰী সস্তা হʼব। বেটাৰীৰ দাম যথেষ্ট কমিছে। চৰকাৰে এই শুল্ক ৰেহাই দিছে।

নকল গহনাৰ দাম বাঢ়িবলৈ গৈ আছে। বাজেটত নকল গহনাৰ ওপৰত শুল্ক বৃদ্ধি কৰা হয়।

প্লেটিনামৰ সকলো গহনাৰো দাম বৃদ্ধি হʼবলৈ গৈ আছে। চৰকাৰে বাজেটত এই ধাতুৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে।

Tags: নিৰ্মলাৰ বাজেট
Share4Tweet3Send

Related Posts

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx