ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
June 19, 2026
Reading Time: 1 min read
A A
0
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

RELATED POSTS

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

ডিফুৰ পুৰণি সচিবালয় ভৱন কেএএচিৰ চিইএম ব্লকৰ কনফাৰেন্স হলত শুকুৰবাৰে আয়োজিত এক বিশেষ নিযুক্তি অভিযানৰ (এছআৰডি) অধীনত নিয়মীয়াকৰণ কৰা শিক্ষকলৈ নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়। আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে বিভিন্ন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে এছআৰডিৰ অধীনত ৯ গৰাকী শিক্ষকক নিযুক্তি-পত্ৰ প্ৰদান কৰে। এই ৯ গৰাকী শিক্ষকৰ ভিতৰত ৫ গৰাকী হৈছে প্ৰাথমিক বিদ্যালয়ৰ আৰু ৪ গৰাকীক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক।

kart1 | ASSAM TIMES POST
নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

অনুষ্ঠানত চিইএমে শিক্ষক-শিক্ষয়িত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ছাত্ৰ-ছাত্ৰীসকলক নিষ্ঠা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। অনুষ্ঠানত সাংসদ আমোৰছিং টিছ’, ইএম ৰিচাৰ্ড টকবি, ইএম তথা বিধায়ক লুনছিং টেৰন, বিধায়ক নিছ’ টেৰাংপি আৰু ডাঃ হাবে টেৰনৰ লগতে বিভাগসমূহৰ বিষয়াসকলো উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiAnglongteachersappointment
Share4Tweet3Send

Related Posts

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

by News Desk
August 20, 2026
76
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

by News Desk
August 19, 2026
55
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

by News Desk
August 19, 2026
78
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

by News Desk
August 14, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

by News Desk
August 7, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

by News Desk
August 6, 2026
51
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d