ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

স্বাতীৰ হাৰাশাস্তি এখন নাটক, বিজেপি নেত্ৰী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 21, 2023
Reading Time: 1 min read
A A
0
স্বাতীৰ হাৰাশাস্তি এখন নাটক, বিজেপি নেত্ৰী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

গোটেই কথাটো এক ‘নাটক’। দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী  মালিৱাল swati maliwal ক ৰাজধানীৰ ৰাজপথত মাজনিশা মদ্যপান কৰা চালকৰ দ্বাৰা হাৰাশাস্তি কৰাৰ পিছতে বিজেপিৰ নেতাসকলে এই মন্তব্য কৰে। বৃহস্পতিবাৰে স্বাতীৰ এই অভিযোগে দিল্লী Delhi ৰ আইন-শৃংখলাৰ পৰিস্থিতি আৰু আৰক্ষীৰ ভূমিকাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰে।

Swati Maliwal
স্বাতীক কৰা হাৰাশাস্তিক এক নাটক আখ্যা বিজেপি নেত্ৰীৰ

এই বিষয়ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে Arvind Kejriwal  আইন-শৃংখলাৰ দায়িত্বত থকা লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনালৈ আঙুলি টোৱায়। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত আজি কেইবাজনো বিজেপি নেতাই মুখ মেলিছে। বিজেপি নেত্ৰী ছাজিয়া ইলমীয়ে টুইট কৰি কয়, “আম আদমী পাৰ্টিয়ে এটা সংবাদ মাধ্যমৰ সহযোগত ষ্টিং অপাৰেচন চলাইছে। যাৰ উদ্দেশ্য কেৱল দিল্লী আৰক্ষীক কলঙ্কিত কৰা।”

টিআৰপি বৃদ্ধিৰ বাবে এটা ব্যক্তিগত চেনেলে কিয় এনে কৰিব আৰু ৰাজনৈতিক সুবিধা লাভৰ বাবে কোনো ৰাজনৈতিক দলে মহিলাৰ সুৰক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয় এটা কিয় ব্যৱহাৰ কৰিব পাৰে, ইয়াক লৈ সৰব ছাজিয়া। আন এজন বিজেপি নেতা হৰিশ খুৰাণাই অভিযোগ কৰে যে এই ঘটনাৰ ১৪ ঘণ্টাৰ পাছতো স্বাতীয়ে কিয় মৌন হৈ আছিল। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ ছচিয়েল মিডিয়াত প্ৰচাৰিত এক ভিডিঅ’ অনুসৰি সেইদিনা মাজনিশা ফুটপাথত থিয় হৈ স্বাতীৰ ওচৰত গাড়ীখন ৰৈছিল। পিছত স্বাতীয়ে ৰাস্তাৰে খোজকাঢ়ি গৈ চালকৰ লগত কথা পাতি থকা দেখা গʼল।

বহু নেটিজেনৰ প্ৰশ্ন হʼল স্বাতীয়ে নিজে কিয় আগবাঢ়ি গৈ তেনেকৈ কথা কʼলে? কিয় জানো খিৰিকীৰে হাতখন দি গাড়ীৰ চাবি কাঢ়ি লৈ ​​চালকজনক আটক কৰিবলৈ গʼল। কিন্তু সকলো অভিযোগ খাৰিজ কৰিলে স্বাতীয়ে। তেওঁ কয়, আপ নেত্ৰী হোৱা বাবেহে এনে কথা উত্থাপন কৰা হৈছে। ইয়াতো ভুক্তভোগীক দোষাৰোপ কৰাৰ লেতেৰা খেল চলি আছে। এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই।

শেহতীয়াকৈ দিল্লীৰ কাঞ্জাৱালা অঞ্চলত এগৰাকী যুৱতীক অসাৱধান গাড়ীয়ে কেইবা কিলোমিটাৰমান টানি লৈ যায়। স্বাতীয়ে দাবী কৰে যে সেই ঘটনাৰ পিছত ৰাজধানীৰ ৰাজপথত ছোৱালীৰ সুৰক্ষাৰ বাবে কানঝাৱালা, মুনিৰ্কা, মুণ্ডকা, হাউজ খাছ অঞ্চল পৰিদৰ্শন কৰিছিল। তেওঁৰ দলটো ওচৰতে আছিল। সেই সময়ত হৰিশচন্দ্ৰ নামৰ এজন চালকে মদ্যপান কৰি স্বাতীক নিৰ্যাতন চলাইছিল।

Tags: নাটক
Share4Tweet3Send

Related Posts

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

by Staff Reporter
June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

by Staff Reporter
June 7, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

by Staff Reporter
June 7, 2026
50
‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎
National-International

‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎

by Staff Reporter
June 7, 2026
50
LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি
National-International

LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি

by News Desk
June 7, 2026
50
CJP Protest : কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকে ‎
National-International

CJP Protest : কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকে ‎

by News Desk
June 7, 2026
50
ADVERTISEMENT
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx