ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

সাংবাদিকসকলে তদন্তকাৰীৰ পৰা নিজৰ উৎস গোপনে ৰাখিব নোৱাৰে, চিবিআই আদালতৰ নিৰ্দেশ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 19, 2023
Reading Time: 1 min read
A A
0
সাংবাদিকসকলে তদন্তকাৰীৰ পৰা নিজৰ উৎস গোপনে ৰাখিব নোৱাৰে, চিবিআই আদালতৰ নিৰ্দেশ

RELATED POSTS

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

সাংবাদিকসকলে যিবোৰ উৎসৰ পৰা তথ্য লাভ কৰিছে সেইবোৰ এতিয়া আৰু তদন্তকাৰী সংস্থাৰ পৰা গোপনে ৰাখিব নোৱাৰিব। বুধবাৰে নতুন দিল্লীৰ চিবিআই (CBI) ৰ বিশেষ আদালতত ‘ক্লজাৰ ৰিপোৰ্ট’ (Closure Report) বাতিল কৰাৰ পিছতে এই নিৰ্দেশ দিয়া হৈছে।

সাংবাদিক
সাংবাদিকে তদন্তকাৰীৰ পৰা নিজৰ উৎস গোপনে ৰাখিব নোৱাৰিব:

এই বিষয়ত অধিক তদন্তৰ প্ৰয়োজন, চিবিআই আদালতে এই নিৰ্দেশো দিছে। ২০০৯ চনৰ ১০ ফেব্ৰুৱাৰীত মুলায়ম সিং যাদৱ (Mulayam Singh Yadav) আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ সম্পত্তিৰ গোচৰৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল উচ্চতম ন্যায়ালয়ত। তাৰ ঠিক আগদিনা এখন বাতৰিকাকতত তেওঁৰ বিষয়ে এটা খবৰ ছপা হৈছিল। কিন্তু পিছত দেখা গʼল যে সাংবাদিকগৰাকীয়ে ভুৱা নথি-পত্ৰৰ ভিত্তিত এই খবৰ প্ৰকাশ কৰিছে। এই বিষয়ত তদন্ত আৰম্ভ হোৱাত সাংবাদিকগৰাকীয়ে কয় যে কোন উৎসৰ পৰা এই খবৰটো পালে সেয়া ৰাজহুৱাভাৱে কʼব নোৱাৰিব।

ফলত তদন্ত তাতেই বন্ধ হৈ পৰে। বুধবাৰে ৰাউছ এভিনিউ জিলা আদালতৰ মুখ্য মহানগৰ দণ্ডাধীশ অঞ্জলি মহাজনে এই গোচৰ বন্ধৰ প্ৰতিবেদন বাতিল কৰে। তেওঁৰ মতে, তদন্তৰ সময়ত এজন সাংবাদিকে তদন্তকাৰী সংস্থাৰ পৰা পোৱা তথ্য গোপনে ৰাখিব নোৱাৰে।

তদন্ত আগুৱাই নিবলৈ তেওঁ সকলো কথা উদঙাই দিব লাগিব। অঞ্জলিয়ে কয় যে ২০০৯ চনত প্ৰকাশিত এই খবৰৰ মূল উৎস আৰু কোন নথিৰ ভিত্তিত লিখা হৈছে তাৰ সম্পূৰ্ণ বিৱৰণ তদন্তকাৰী সংস্থাক দিব লাগে। বুধবাৰে চিবিআইৰ বিশেষ আদালতে এই গোচৰৰ সৈতে জড়িত তদন্ত আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: journalistসাংবাদিক
Share5Tweet3Send

Related Posts

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
ADVERTISEMENT
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d