ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত এএছডিচি, কেএছএ, কেএনচিএৰ ধৰ্ণা:

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
December 20, 2022
Reading Time: 1 min read
A A
0

RELATED POSTS

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST
কমতাপুৰ (Kamtapur) আৰু ইষ্টাৰ্ণ নাগালেণ্ডক (Eastern Nagaland) লৈ দুখন সুকীয়া ৰাজ্য (Separate state) গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰে (Central Goverment) প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি সংবাদ মাধ্যমত (Media) চৰ্চিত হৈ অহাৰ সময়তে কাৰ্বি আংলং (Karbi Anglong) আৰু ডিমা হাচাও জিলাক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য (Autonomous State) গঠনৰ দাবীত (Claim to form) পুনৰ সৰৱ হৈ পৰিছে পাহাৰীয়া জিলা (Hill district) কেইখনৰ দল-সংগঠন (Party-organization)।

স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত ধৰ্ণা
স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত ধৰ্ণা:

ভাৰতৰ সংবিধানৰ ২৪৪(ক) ধাৰাৰ অধীনত অসমৰ পাহাৰীয়া জিলা কেইখনক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত আজি ডিফুস্থিত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এএছডিচি, কেএছএ আৰু কেএনচিএৰ নেতা-কৰ্মীসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাং, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎছন বেʼকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বক্তা সকলে স্বায়ত্বশাসিত ৰাজ্যৰ দাবীত সৰৱ হৈ পৰা পৰিলক্ষিত হয়।

HILLp2 | ASSAM TIMES POST

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি ভাৰতীয় সংবিধানৰ ২৪৪(ক) ধাৰাৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত বিগত ৩৬ বছৰে পাহাৰীয়া এলেকাটোত শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত থকাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান নকৰা বুলি আক্ষেপ প্ৰকাশ কৰে।

অসমক দ্বিখণ্ডিত নকৰাকৈ অসমৰ ভিতৰতে এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে দল-সংগঠনসমূহে দাবী জনাই অহা বুলি সভাপতি গৰাকীয়ে কয়। আনহাতে, ইষ্টাৰ্ণ নাগালেণ্ড আৰু কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগ সন্দৰ্ভত মন্তব্য কৰি ৰাজ্য গঠনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ʼযাকেই ভাল পায় তাকেই ৰাজ্য দিয়াʼ নীতিৰ ফলত পাহাৰীয়া এলেকাটোৰ দীৰ্ঘদিনীয়া দাবীক গুৰুত্ব প্ৰদান নকৰা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহʼব বুলি লগতে সভাপতি গৰাকীয়ে হুংকাৰ প্ৰদান কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sit-in demanding autonomous stateস্বায়ত্বশাসিত ৰাজ্যৰ দাবীত ধৰ্ণা
Share6Tweet4Send

Related Posts

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
ADVERTISEMENT
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

October 28, 2026
50
Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ
National-International

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

October 28, 2026
50
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা
National-International

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

October 28, 2026
50
Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত
National-International

Scientiest suicide : বেংগালুৰুত বিজ্ঞানীৰ আত্মহত্যা, আছিল যুঁজাৰু বিমানৰ প্ৰগ্ৰেমিঙত নিয়োজিত

October 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

October 28, 2026
Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

Drugs Seized : আমিনগাঁৱত প্ৰায় ৩ কোটি মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ

October 28, 2026
ECI on SIR : এছআইআৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে গাইডলাইন জাৰি, উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ শপতনামা

SC on SIR : SIR বিতৰ্কৰ সকলো তদন্ত কৰিব উচ্চতম ন্যায়ালয়ে

October 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d