ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Video News

বয়সে হাৰ মনাব নোৱাৰা এজন ককা! এতিয়াও হাৰমনিয়াম বজাই গীত গায়

নিউজ ডেস্কঃ

News Desk by News Desk
November 19, 2022
Reading Time: 1 min read
A A
0

RELATED POSTS

অবিকল মানুহৰ দৰেই তিনিটা বান্দৰৰ পোৱালিয়ে অধ্যয়ন কৰি থকা ভিডিঅ’ ভাইৰেল:

Karbi Anglong Police released video on Substance Abuse Awareness :

ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

ছচিয়েল মিডিয়া (Social Media)ত আজিকালি সাধাৰণ মানুহে মনোৰঞ্জনৰ (Entertainment) বাবে বহুত সম্পদ পায় নিজৰ সময় কটাবলৈ। মনোৰঞ্জনৰ উপৰি এতিয়া ছচিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন বাতৰি বা তথ্য (News or information) লাভ কৰিব পৰা হৈছে। এইদৰে অতি সাধাৰণ মানুহৰ কিছুমান অতি মৰমলগা ভিডিঅ’ প্ৰায়ে ছচিয়েল মিডিয়াত ভাইৰেল (viral) হৈ পৰে। প্ৰতিজন ব্যক্তিৰ অনন্য প্ৰতিভা (Unique talent) দেখি আপ্লুত (Impressed) হয় নেটিজেনসকল (Netizens)।

সুবিধাৰ অভাৱত মানুহৰ সন্মুখলৈ আহিব নোৱাৰা, নিজৰ প্ৰতিভা দেখুৱাব নোৱাৰা বহু লোক আছে। কোনো আনুষ্ঠানিক শিক্ষা অবিহনে প্ৰতিভাশালী ব্যক্তি বহুত আছে। আমাৰ চাৰিওফালে এনে বহু প্ৰতিভা পৰি আছে। বৰ্তমান প্ৰায় সকলোৰে হাতত স্মাৰ্টফোন আছে আৰু প্ৰতিভা প্ৰকাশৰ সুযোগ বহু পৰিমাণে বৃদ্ধি পাইছে। মানুহে এতিয়া কাৰো সহায় অবিহনে নিজাববীয়াকৈ নিজকে প্ৰকাশ কৰিব পাৰে।

bangla 1 1 1 | ASSAM TIMES POST

আজিকালি বহুতে ইণ্টাৰনেটৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰকাশ কৰি অতি কম সময়তে বৃহৎ সংখ্যক লোকৰ কাষ চাপি ভাইৰেল হৈ পৰে। শেহতীয়াকৈ এজন বৃদ্ধ ব্যক্তিয়ে হাৰমনিয়াম বজাই গান গোৱাৰ ভিডিঅ’ ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅʼটোত বৃদ্ধজনে এটা কোঠাৰ এখন টেবুলত ৰখা হাৰমনিয়াম বজাই বাংলা লোকগীত ‘তোমাৰ লাগিয়া পৰাণ কান্দে’ গাই থকা দেখা গৈছে।

এই বয়সতো তেওঁ হাৰমনিয়াম বজোৱা আৰু গীত নিখুঁত সুৰত পৰিবেশন কৰা ধৰণটো সঁচাকৈয়ে প্ৰশংসনীয়। তিনি বছৰ পূৰ্বে ‘ৰঙীন ফটোগ্ৰাফী’ নামৰ এটা ইউটিউব চেনেলৰ দ্বাৰা পোষ্ট কৰা এই ভিডিঅ’টো ইতিমধ্যে এক কোটি ১০ লাখৰো অধিক লোকে চাবলৈ সক্ষম হৈছে। এই বয়সতো বৃদ্ধজনৰ প্ৰতিভাৰ এই নিদৰ্শনে নেটিজেনসকলে তেওঁক প্ৰশংসাৰে ভৰাই তুলিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: An uncle who can't give up on ageবয়সে হাৰ মনাব নোৱাৰা এজন ককা
Share5Tweet3Send

Related Posts

অবিকল মানুহৰ দৰেই তিনিটা বান্দৰৰ পোৱালিয়ে অধ্যয়ন কৰি থকা ভিডিঅ’ ভাইৰেল:
Video News

অবিকল মানুহৰ দৰেই তিনিটা বান্দৰৰ পোৱালিয়ে অধ্যয়ন কৰি থকা ভিডিঅ’ ভাইৰেল:

by News Desk
November 19, 2022
67
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
326
ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন
ALL NEWS

ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন

by ASSAM TIMES POST
March 23, 2020
119
কিডনীত পাথৰ, খাদ্য নলীত ঘা আৰু গেষ্টিক আলচাৰ অখিল গগৈ: ৰহস্যজনক ভাৱে চিকিৎসালয়ত ভৰ্তি নকৰি কাৰাগাৰলৈ প্ৰেৰণ
ALL NEWS

কিডনীত পাথৰ, খাদ্য নলীত ঘা আৰু গেষ্টিক আলচাৰ অখিল গগৈ: ৰহস্যজনক ভাৱে চিকিৎসালয়ত ভৰ্তি নকৰি কাৰাগাৰলৈ প্ৰেৰণ

by ASSAM TIMES POST
March 6, 2020
88
এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অৱস্থা
ALL NEWS

এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অৱস্থা

by ASSAM TIMES POST
March 3, 2020
67
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ
ALL NEWS

অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন মন্ত্ৰী চুম ৰংহাঙৰ

by ASSAM TIMES POST
February 15, 2020
68
ADVERTISEMENT
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
50
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d