ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

এইবাৰ বাংলা ভাষাতো চিকিৎসা আৰু অভিযান্ত্ৰিক অধ্যয়ন, অমিত শ্বাহৰ ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 17, 2022
Reading Time: 1 min read
A A
0
এইবাৰ বাংলা ভাষাতো চিকিৎসা আৰু অভিযান্ত্ৰিক অধ্যয়ন, অমিত শ্বাহৰ ঘোষণা

RELATED POSTS

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

হিন্দীৰ উপৰি চৰকাৰে বাংলা, তামিলকে ধৰি আন ছটা ভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে। গৃহমন্ত্ৰীয়ে দেশত চিকিৎসা পাঠ্যক্ৰমৰ প্ৰথমটো হিন্দী অনুবাদ উদ্বোধন কৰে।

মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত এই অনুষ্ঠানত ভাষণ দি তেওঁ দাবী কৰে যে ইতিমধ্যে ১০খন ৰাজ্যই অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ কিতাপ তামিল, তেলেগু, মাৰাঠী, বাংলা, মালয়ালম আৰু গুজৰাটী ভাষালৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰিছে। শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী, তামিল, তেলেগু, মালয়ালম, গুজৰাটী, বাংলা আদি আঞ্চলিক ভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক পাঠদানৰ আহ্বান জনায়। শিৱৰাজ সিং চৌহানৰ নেতৃত্বত মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমে তেওঁৰ ইচ্ছা পূৰণ কৰিছিল। এই দিনটো ইতিহাসত সোণালী আখৰেৰে লিখা হʼব।

শ্বাহে MBBS first year Anatomy, Medical Biochemistry আৰু Medical Physiology ৰ বাবে হিন্দীলৈ অনুবাদ কৰা গ্ৰন্থসমূহ উদ্বোধন কৰে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে গ্ৰন্থখনত ইংৰাজী উচ্চাৰণ অনুসৰণ কৰি হিন্দীত বিভিন্ন শব্দ লিখা হৈছে। অৰ্থাৎ কিডনীক কিডনী বুজাবলৈ দেৱনাগৰী আখৰেৰে লিখা হৈছে।

ৰাজ্যিক চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্ব সাৰঙে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰণ কৰি যোৱা ২৩২ দিন গান্ধী চিকিৎসা মহাবিদ্যালয়ত ৯৭ জন বিশেষজ্ঞই গ্ৰন্থসমূহ অনুবাদ কৰাৰ বাবে কাম কৰি আহিছে। এজন অনুবাদকে এক সাক্ষাৎকাৰত দাবী কৰে যে সেইবোৰ অতি সহজ ভাষাত লিখা হৈছে। চিত্ৰনৰ বাবে অতিৰিক্ত ছবি, চাৰ্ট আদি ব্যৱহাৰ কৰা হয়।

এই উপলক্ষে শিৱৰাজে কয় যে তেওঁ সকলো মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব যাতে অন্য ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অনুবাদ কৰা গ্ৰন্থৰ পৰা লাভৱান হʼব পাৰে।

শ্বাহে কয় যে ইংৰাজী ভাষা নজনা বাবে দেশৰ ছাত্ৰ-ছাত্ৰী আৰু হীনমন্যতাত নাথাকিব। গৌৰৱেৰে নিজৰ ভাষাত পঢ়া-শুনা কৰিব পাৰিব। কিন্তু প্ৰশ্ন উত্থাপন হয় যে হিন্দীলৈ অনুবাদ কৰা কিতাপৰ ওপৰত নিৰ্ভৰ কৰি পঢ়া-শুনা কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ চিকিৎসা শিক্ষাৰ পৰিসৰ কিমান সীমিত হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অমিত শ্বাহ
Share5Tweet3Send

Related Posts

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
ADVERTISEMENT
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

August 25, 2026
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d