ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বোকাখাত বালিকা বিদ্যালয়ত চন্দ্ৰনাথ বেজবৰুৱা শৈক্ষিক ন্যাসৰ বঁটা প্ৰদানঃ

অজন্তা তালুকদাৰ:বোকাখাত

Staff Reporter by Staff Reporter
August 25, 2022
Reading Time: 1 min read
A A
0
বোকাখাত বালিকা বিদ্যালয়ত চন্দ্ৰনাথ বেজবৰুৱা শৈক্ষিক ন্যাসৰ বঁটা প্ৰদানঃ

RELATED POSTS

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

বোকাখাতৰ শৈক্ষিক ক্ষেত্ৰলৈ অমূল্য অৱদান আগবঢ়োৱা প্ৰয়াত চন্দ্ৰ নাথ বেজবৰুৱা সোঁৱৰণী শৈক্ষিক ন্যাস বঁটা বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ১৮ আগষ্টত প্ৰদান কৰা হয়।

চন্দ্ৰনাথ বেজবৰুৱা শৈক্ষিক ন্যাসৰ বঁটা প্ৰদানঃবোকাখাতৰ বহু কেইখন বিদ্যালয় মহাবিদ্যালয়ৰ ভূমি দাতা তথা বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক, ছোৱালী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা চন্দ্ৰনাথ বেজবৰুৱাৰ পৰিয়াল বৰ্গই ২০১৪ চনৰ পৰাই বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা দুগৰাকী ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয়।

স্থানীয় বিশিষ্ট ব্যক্তি গোলাপ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দশম শ্ৰেণীৰ ৰাখীমণি চুতীয়া আৰু নৱম শ্ৰেণীৰ চোনীয়া লোহাৰক বঁটা দুটি প্ৰদান কৰা হয়।

এই বঁটাত মানপত্ৰ, কিতাপৰ টোপোলাৰ লগতে নগদ ধনো আছে। সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি অমৰ শৰ্মা, পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰদীপ খাউণ্ড, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ছাত্ৰী সকল উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বোকাখাত
Share5Tweet3Send

Related Posts

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

by News Desk
October 24, 2026
50
Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

by News Desk
October 23, 2026
51
Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী
Assam

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

by News Desk
October 23, 2026
51
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ROAD ACCIDENT : জখলাবন্ধা ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

by News Desk
October 23, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

by News Desk
October 22, 2026
56
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

by News Desk
October 22, 2026
51
ADVERTISEMENT
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

October 24, 2026
50
Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪
National-International

Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

October 24, 2026
50
Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ
National-International

Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

October 24, 2026
50
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

October 24, 2026
Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

Bihar Firecracker blast : বিহাৰত ফটকা কাৰখানাত অগ্নিকাণ্ডত নিহত ৪

October 24, 2026
Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

Donald Trump : ভাৰত-পাকিস্তানৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপৰ ভাবুকি দি যুদ্ধ বন্ধ কৰিছোঁ, পুনৰ দাবী ট্ৰাম্পৰ

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d