ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অস্ত্ৰ-শস্ত্ৰসহ মাঞ্জাত পিডিচিকেৰ দুৰ্ধৰ্ষ কেডাৰ আটক

ASSAM TIMES POST by ASSAM TIMES POST
October 31, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ আজি মাঞ্জাত অস্ত্ৰ-শস্ত্ৰ সহ এজন দুৰ্ধৰ্ষ পিডিচিকে কেডাৰ আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশাৰ পৰা কাৰবি আংলং আৰক্ষীৰ অভিযানকাৰী দল আৰু চিআৰপিএফৰ ডি/২০ বিএন কোম্পানীৰ এটি দলৰ যৌথ অভিযানত আজি পুৱা মাঞ্জা থানা এলেকাৰ লংনিট আৰু শিলনীৰ হাৰচিমি গাঁৱৰ পৰা আটক কৰে উগ্ৰপন্থী কেডাৰটোক আটক কৰিবলৈ সক্ষম হয়৷

RELATED POSTS

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

IMG 20191031 WA0025 | ASSAM TIMES POST

ধৃত কেডাৰটো ম্যানমাৰত প্ৰশিক্ষণ প্ৰাপ্ত আৰু আঞ্জুকপানী থানা এলেকাৰ চন্দ্ৰ আথই তিমুঙ গাঁৱৰ হেনৰিকিউজ হাঞ্চেৰ পুত্ৰ ডমিনিক হাঞ্চে (২১) ওৰফে ছচিন ইংতি ওৰফে ৰমেন ৰংপি বুলি জানিব পৰা গৈছে৷ ধৃত কেডাৰটোৰ পৰা এটা ’32 পিষ্টল, 5 জাঁই সজীৱ গুলী আৰু এটা ছেমচন ম’বাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে৷

ধৃত কেডাৰটো পিডিচিকে চিএনচি ডেভিড মুক্ৰাঙ আৰু কৰপ’ৰেল বনেট টেৰণৰ বিশ্বস্ত সংগী আৰু পিডিচিকেৰ সক্ৰিয় কেডাৰ হয় বুলি সুত্ৰটোত প্ৰকাশ৷ আনহাতে আৰক্ষীৰ কাৰবি আংলং অভিযানকাৰীৰ দলটোক নেতৃত্ব দিছিল অ’চি ক্ৰমে, জিতু ডেকা,ৰাজু ছেত্ৰী ওৰফে মৌবলিক ব্ৰক্ষ্ম,আৰু বিতুপন চেতিয়াই৷ এই সন্দৰ্ভত মাঞ্জা থানাত 31/2019 নম্বৰত এক গোছৰ ৰুজো দি অধিক তথ্যৰ বাবে কেডাৰটোক জেৰা অব্যাহত ৰাখিছে৷

Tags: FeaturedFeatured2karbi anglong
Share30Tweet3Send

Related Posts

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx