ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Stories

এটি কণমানিয়ে স্থানীয় ৰে’লত মৰমেৰে খুৱাই আছে দেউতাকক! ভাইৰেল ভিডিঅ’ই মন মুহিছে সকলোৰে

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 26, 2022
Reading Time: 1 min read
A A
0
এটি কণমানিয়ে স্থানীয় ৰে’লত মৰমেৰে খুৱাই আছে দেউতাকক! ভাইৰেল ভিডিঅ’ই মন মুহিছে সকলোৰে

RELATED POSTS

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

প্ৰতিগৰাকী কন্যাৰ বাবে তেওঁৰ পিতৃ আটাইতকৈ প্ৰিয় ব্যক্তি। এই চিৰন্তন সম্পৰ্কৰ পূৰ্ণতা শৈশৱৰ পৰাই প্ৰকাশ পায়। আনকি পিতৃৰ বাবেও তেওঁৰ ছোৱালী অমূল্য সম্পদ। এনে অৱস্থাত ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে পিতৃ-কন্যাৰ মাজত অবিচ্ছেদ্য বন্ধনৰ এক সুন্দৰ দৃশ্য।

এটি কণমানিয়ে স্থানীয় ৰে'লত মৰমেৰে খুৱাই আছে দেউতাককপ্ৰতিদিনে নেটত ভাইৰেল হৈ পৰে হাজাৰ হাজাৰ ভিডিঅ’। অৱশ্যে ইয়াৰ ভিতৰত অতি কম সংখ্যক ভিডিঅʼই হৃদয় স্পৰ্শ কৰে। এইবাৰ এটা ভাল দৃশ্য চৰ্চালৈ আহিছে। যʼত এগৰাকী শিশু কন্যাই নিজৰ হাতেৰে দেউতাকক খুৱাই থকা দেখা গৈছে। কেৱল সেয়াই নহয়, ভিডিঅʼটোত থকা মানুহজনেও নিজৰ কন্যাৰ প্ৰতি মৰম দেখুৱাইছে। আৰু এই দৃশ্য দেখি আৱেগিক হৈ পৰিছে নেটিজেনসকল। তদুপৰি, ধুমুহাৰ গতিত ভাইৰেল হৈ পৰা ভিডিঅʼটো ইতিমধ্যে সকলোৰে কাষ চাপিছে।

View this post on Instagram

A post shared by Sakshi Mehrotra (@sankisakshi)

উল্লেখ্য, আমি সকলোৱে আজিকালি দিনটোৰ যথেষ্ট সময়খিনি ছ’চিয়েল মিডিয়াত কটাওঁ। লগতে বিশ্বজুৰি কি হৈ আছে তাৰ আপডেট সহজে বিচাৰি পোৱা যায়। আনহাতে, আমোদজনক পোষ্ট আৰু ভাইৰেল ভিডিঅʼটো আছেই। উক্ত ভিডিঅ’বোৰৰ মাজত এনে কিছুমান ভিডিঅʼ আছে যিবোৰ চোৱাৰ পিছত সকলোকে সুখী কৰি তোলে। এই ভিডিঅ’টোও ইয়াৰ ব্যতিক্ৰম নহয়।

শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅʼটোত দেখা গৈছে যে মুম্বাইত এজন লোকে নিজৰ কন্যাৰ সৈতে স্থানীয় ৰেʼলত যাত্ৰা কৰি আছিল। সেই সময়ত তেওঁ ৰেʼলৰ দুৱাৰৰ ওচৰত বহিছিল আৰু লগত থকা কন্যাক এখন হাতেৰে ধৰি আছিল।

ঠিক তেতিয়াই কণমানিজনীয়ে পৰম আদৰেৰে দেউতাকক ফল খুৱাই আছে। লগতে নিজেও খাবলৈ ধৰে। কেৱল সেয়াই নহয় ভিডিঅ’টোত থকা ব্যক্তিজনেও তেওঁৰ কন্যাৰ প্ৰতি স্নেহৰ পৰশ প্ৰদৰ্শন কৰে।

ইফালে সেই মৰমৰ দৃশ্য দেখি সকলোৱেই আপ্লুত হৈ পৰে। ইতিমধ্যে এই ভিডিঅ’টো দ্ৰুত গতিত ভাইৰেল হৈছে। সাক্ষী মেহৰোত্ৰা নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰিছে। কেপচনত তেওঁ লিখিছে, “মই এনেকুৱা মুহূৰ্তৰ বাবে জীয়াই থাকিব বিচাৰো।” দৰ্শকে ভিডিঅʼটো চাবলৈ ব্যাকুল হৈছে।

আনকি লাইকৰ সংখ্যাও বাঢ়ি গৈ আছে। কাৰণ সকলোৱে এই মনোমোহা দৃশ্যটো দেখি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কণমানি ছোৱালীজনীক প্ৰশংসা কৰি এজনে লিখিছে, “এই দৃশ্যটো সঁচাকৈয়ে ধুনীয়া।” লগতে আন এজনে লিখিছে, “এই প্ৰেমৰ কোনো চৰ্ত নাই। বৰঞ্চ এই প্ৰেম অতি নিৰ্মল।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এটি কণমানিয়ে স্থানীয় ৰে'লত মৰমেৰে খুৱাই আছে দেউতাকক
Share6Tweet4Send

Related Posts

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer
Stories

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

by ASSAM TIMES POST
August 4, 2024
52
The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future
ALL NEWS

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

by ASSAM TIMES POST
June 26, 2024
62
“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”
Stories

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

by ASSAM TIMES POST
April 14, 2024
53
“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”
Stories

“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”

by ASSAM TIMES POST
April 13, 2024
55
৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই
Stories

৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই

by ASSAM TIMES POST
February 13, 2024
99
“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”
Stories

“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”

by ASSAM TIMES POST
February 4, 2024
57
ADVERTISEMENT
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
50
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
53
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d