ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Stories

“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

বিশেষ প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
April 14, 2024
Reading Time: 1 min read
A A
0
“ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

RELATED POSTS

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”

New Logo Smal | ASSAM TIMES POST

“প্ৰখ্যাত ভাৰতীয় শিল্পপতি ৰতন টাটাক জাৰ্মানীৰ এখন অন্যতম ৰেষ্টুৰেণ্টত খাদ্য অপচয়ৰ অপৰাধত ৫০ ইউৰো জৰিমনাৰ আদেশ দিয়া হৈছে। এই গৰাকী শিল্পপতিৰ বাবে যদিও এই ধনৰাশি বিশেষ প্ৰভাৱ বা চিন্তাৰ কাৰণ নহ’ল, তথাপিও তেওঁ সেই অনুভৱক গভীৰভাৱে গ্ৰহণ কৰে। টাটাই উল্লেখ কৰা মতে, ৰেষ্টুৰেণ্টত তেওঁৰ অনুভৱে তেওঁক এক মূল্যবান শিক্ষা দিছে, যাৰ গুৰুত্ব তেওঁৰ বাবে অন্য যিকোনো আর্থিক পৰিমাণৰ তুলনাত অধিক।”

ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা"
ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা”

জাৰ্মানী, এক উন্নত শিল্পীয় শক্তি হিচাপে পৰিগণিত, য’ত সম্প্ৰতি এজন অসমীয়া প্ৰবাসীয়ে তেওঁৰ সহকৰ্মীৰ সৈতে হামবুর্গত এখন জনপ্ৰিয় ৰেষ্টুৰেণ্ট ভ্ৰমণ কৰিছিল। ভোক লগা হোৱা বাবে, তেওঁলোকে অতিৰিক্ত খাদ্য অৰ্ডাৰ দিছিল, যাৰ ফলত বহু অংশ অব্যবহৃত হৈ ৰ’ল। প্ৰস্থানৰ প্ৰাক্কালে, এজনী বয়স্ক মহিলাই তেওঁলোকৰ অনাবশ্যক অপচয়ৰ প্ৰতি অসন্তোষ প্ৰকাশ কৰি কঠোৰ মন্তব্য কৰে।

সহকর্মীয়ে সেই মহিলাগৰাকীক উত্তৰ দিছিল, “আমি ধন দি খাদ্য ক্ৰয় কৰিছো। খাদ্য খাম নে পেলাম তাত আপোনাৰ মূৰ ঘামিব লগা কি আছে?” এই উত্তৰত সেই মহিলাগৰাকী বেয়া পাই উঠিল। তেওঁৰ সৈতে আছিল আন এজনে ততাতৈয়াকৈ ফোন উলিয়াই কাৰোবাক ফোন কৰিলে। তাৰ পিছতেই সামাজিক নিৰাপত্তা সংস্থাৰ বেশভূষা পৰিহিত এজন ব্যক্তি উপস্থিত হ’ল। সেই ব্যক্তি সকলো শুনি মোক আৰু সহকর্মীক ৫০ ইউৰো জৰিমনা বিহিলে।

“ঘটনাৰ অপ্ৰত্যাশিত পৰিবৰ্তনে মোক হতবাক কৰি তুলিলে। তাৰ পাছত সেই বিষয়াজনে ক্ৰোধিত কণ্ঠেৰে ক’লে: ‘আপুনি যিমান খাব পাৰিব, কেৱল সিমান খিনিয়েই অৰ্ডাৰ কৰক। ধন-সম্পদ আপোনাৰ নিজৰ হ’লেও, সেইয়া সমাজৰ সম্পত্তি।’ এই পৃথিৱীত বহুলোক আছে যিসকলে খাদ্যৰ অভাৱত ভুগিছে। সম্পদ অপচয় কৰাৰ আপোনাৰ কোনো অধিকাৰ নাই।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: "ৰতন টাটা: জার্মান ৰেষ্টুৰেণ্টত খাদ্য অপচয় জৰিমনাৰ এক শিক্ষামূলক অভিজ্ঞতা"
Share4Tweet3Send

Related Posts

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer
Stories

Smita Sabharwal: The Inspiring Journey of India’s Youngest IAS Officer

by ASSAM TIMES POST
August 4, 2024
52
The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future
ALL NEWS

The Essential Guide to Drug preventative: Proven Strategies to Safeguard Our Future

by ASSAM TIMES POST
June 26, 2024
62
“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”
Stories

“সাহস আৰু অধ্যবসায়ৰ এক প্রেৰণামূলক কাহিনী: বাল্য বিবাহৰ জাল পাৰ হৈ উঠি, শিক্ষার্থী গৰাকীয়ে SSC পৰীক্ষাত শীর্ষ স্থান অর্জন কৰে।”

by ASSAM TIMES POST
April 13, 2024
55
৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই
Stories

৩০০ টকাত চলিছিল পৰিয়াল! আজি ইউটিউবত ইংৰাজী শিক্ষা দি চৰকাৰী চাকৰিৰ তুলনাত অধিক উপাৰ্জন কৰিছে যশোদাই

by ASSAM TIMES POST
February 13, 2024
99
“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”
Stories

“কলকাতাৰ হৃদয়ত নন্দিনী দিদিৰ সাম্ৰাজ্য: বিতৰ্ক আৰু ব্যৱসায়িক বিজয়ৰ কাহিনী”

by ASSAM TIMES POST
February 4, 2024
57
Life Lessons from a Visionary : Embracing the Present to Shape the Future
Stories

Life Lessons from a Visionary : Embracing the Present to Shape the Future

by ASSAM TIMES POST
January 31, 2024
55
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
53
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
52
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d