ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

পানীৰ তলত হাস্পতাল, ৰাস্তাতেই কৰ্কট ৰোগীক দিয়া হ’ল কেমোথেৰাপি!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 28, 2022
Reading Time: 1 min read
A A
0
পানীৰ তলত হাস্পতাল, ৰাস্তাতেই কৰ্কট ৰোগীক দিয়া হ’ল কেমোথেৰাপি!

RELATED POSTS

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

প্ৰতি বছৰে বানপানীৰ কৰাল গ্ৰাসত পৰে অসম। কিন্তু এইবাৰ বানপানীৰ ভয়াৱহতা তুলনামূলকভাৱে অধিক। ইতিমধ্যে বানপানীৰ ফলত ১২২ জন লোকৰ প্ৰাণহানি হৈছে। প্ৰায় ২২ লাখ লোক এতিয়াও জলবন্দী হৈ আছে।

ঘৰ-দুৱাৰ, খেতি-মাটি সকলো ধুই নিছে পানীয়ে ৷ তাৰ মাজতে বানে উটুৱাই নিছে এখন চিকিৎসালয়।

The Cachar Cancer Hospital in Silchar is in need of help because of the ravages of the Assam floods. Many parts of the hospital are under water, but they are still maintaining cancer services through whatever means are available. Please share this appeal to support them. pic.twitter.com/Kgzc2Hmjnh

— Prathamesh Pai (@drprathameshpai) June 26, 2022

বানপানীত ডুব গৈছে যান-বাহনো৷ এনে দুখলগা পৰিস্থিতিৰ মাজতে ৰাস্তাৰ এটা চুকত ওখ ঠাইত চলি আছে কেন্সাৰ ৰোগীৰ বাবে কেমোথেৰাপি!

শিলচৰৰ সমীপৰ কৰ্কট চিকিৎসালয়খন সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ ফলত ৰোগীসকলক মুকলি আকাশৰ তললৈ আনি তাতেই কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰা হৈছে৷

প্ৰাপ্ত খবৰ অনুসৰি, বিগত কিছুদিন ধৰি ১৫০খন বিছনাযুক্ত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ প্ৰায় সম্পূৰ্ণৰূপে পানীত ডুব গৈছে ৷ পৰিস্থিতিয়ে এনেকুৱা ৰূপ লৈছে যে চিকিৎসালয় কৰ্তৃপক্ষই ৰোগী আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ বাবে লাইফ জেকেটৰ ব্যৱস্থা কৰিছে ৷

বৰাক উপত্যকাৰ গাতে লাগি থকা অঞ্চলটো বানপানীৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ এগৰাকী চিকিৎসকে জনোৱা মতে; তেওঁলোকে ৰাস্তাতে কেমোথেৰাপিকে ধৰি প্ৰয়োজনীয় চিকিৎসা আৰু পৰীক্ষা-নিৰীক্ষা কৰি আছে। পানী অলপ কম হোৱা ঠাইত ৰোগীসকলক চিকিৎসা কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাছাৰবানপানী
Share5Tweet3Send

Related Posts

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
50
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
ADVERTISEMENT
Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ
KARBI ANGLONG

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

August 27, 2026
50
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

August 27, 2026
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

August 27, 2026
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d