ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভ্ৰাম্যমান নাট্য জগতৰ বলিষ্ঠ অভিনেতা দিলীপ ৰঞ্জন দত্তৰ দেহাৱসানঃ দল সংগঠনৰ শোক প্ৰকাশ

ASSAM TIMES POST by ASSAM TIMES POST
October 24, 2019
Reading Time: 1 min read
A A
0
ভ্ৰাম্যমান নাট্য জগতৰ বলিষ্ঠ অভিনেতা দিলীপ ৰঞ্জন দত্তৰ দেহাৱসানঃ দল সংগঠনৰ শোক প্ৰকাশ

RELATED POSTS

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

ASSAM TIMES POST

উৎপল দাস গোলাঘাট : সুকীয়া অঙিনয় শৈলীৰে ভ্ৰাম্যমানৰ মঞ্চ কঁপাই তোলা বলিষ্ঠ অভিনেতা তথা গোলাঘাট সুসন্তান দিলীপ ৰঞ্জন দত্ত আৰু নাই৷ বিগত তিনিটা বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা দত্ত বুধবাৰে যোৰহাট মিচন হস্পিতেলত ৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ অভিনয়কে জীৱনৰ ব্ৰত হিচাপে লোৱা দত্তই কৈশোৰ অৱস্থাৰ পৰা নাটকৰ সৈতে জড়িত হৈ পৰে৷

পৰৱৰ্তী সময়ত নাটকতে একাত্ম হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একাধিক ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ লগত জড়িত হৈ যাদুকৰি অভিনয়ে দৰ্শকক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হয়৷ বিশিষ্ট অভিনেতাজনৰ মৃত্যুৰ খবক বিয়পি পৰাৰ লগে লগে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰে৷ ঢেকিয়ালৰ এলেংমূৰীয়াৰ নিবাসী তথা ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ৰত্নেশ্বৰ দত্ত আৰু লক্ষিমী দত্তৰ পুত্ৰ দিলীপ ৰঞ্জনৰ জন্ম হৈছিল ১৯৬০ চনত৷ ঢেকিয়াল প্ৰাথমিক বিদ্যালত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা দত্তই ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা আৰু গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷

দত্ত অসমৰ আগশাৰী ভ্ৰাম্যমান নাট্যগোষ্ঠী কহিনুৰ, আৱাহন, ভাগ্যদেৱী, হেঙুল, শ্ৰীমন্ত শংকৰদেৱ, অলকানন্দা, ৰামধেনু, মেঘদূত, মুকুন্দ, অপ্সৰা আদি ৰ সৈতে জড়িত হৈ নিজস্ব প্ৰতিভাৰে খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ অভিনীত কাৰাগাৰৰ বাঘ, নাগকন্যা, সাগৰলৈ বহু দূৰ, পৰমানন্দ, টাইটানিক, হাইজেক, নাথুৰাম গডছে, কাঞ্চন, বেণ্ডিত কুইন আদি নাটক উল্লেখযোগ্য৷ কোলাহল আৰু জেতুকা পাতৰ দৰে দুখন বোলছবিটো অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷

ইয়াৰ উপৰি মইনাজান, উঃ কি বিপদ আদি ভিচিডিত অভিনয় কৰাৰ লগতে গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিকত অভিনয়ৰ যোগেদি দৰ্শকৰ মনত চিৰসেউজ অভিনেতা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ অভিনয় জগতৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে এনাজৰী বঁটা, ডাঃ উপেন কাকতি শিল্পী বঁটা, মুনলাইট মিডিয়া বঁটা আৰু চলিত বৰ্ষৰ মে মাহত ঢেকিয়ালৰ পদাতিক নাট্য গোষ্ঠীয়ে মঞ্চ গৌৰৱঃ অসম উপাধিৰে বিভূষিত কৰে৷ অভিনেতা গৰাকীয়ে মৃত্যুৰ সময়ত মাতৃ, পত্নী, পুত্ৰ বোৱাৰীসহ বহু আত্মীয় স্বজনক এৰি গৈছে৷ দত্তৰ মৃত্যুত ব্যক্তি, দল সংগঠন তথা বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share5Tweet3Send

Related Posts

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
50
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
ADVERTISEMENT
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
50
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
53
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d