ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

কৰীণা কাপুৰ খানক ট্ৰোল! কৰিশ্মা কাপুৰৰ ডিনাৰ পাৰ্টীলৈ গৈ সুৰামত্ত অৱস্থাত ওলাই আহিছিল নেকি তেওঁ?

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
May 6, 2022
Reading Time: 1 min read
A A
0
কৰীণা কাপুৰ খানক ট্ৰোল! কৰিশ্মা কাপুৰৰ ডিনাৰ পাৰ্টীলৈ গৈ সুৰামত্ত অৱস্থাত ওলাই আহিছিল নেকি তেওঁ?

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

logo new 2 1 1 4 1 3 4 5 | ASSAM TIMES POST

কৰীণা কাপুৰ খান তেওঁৰ তাৰকা অভিনেত্ৰী সকলৰ সৈতে পাৰ্টি কৰাৰ দিশত যথেষ্ট জনপ্ৰিয়। যোৱা বছৰৰ শেষত, কৰীণা কাপুৰ এনে এটা পাৰ্টিতে কোভিড পজিটিভ হৈ পৰিছিল। আনহাতে যোৱা নিশা, অভিনেত্ৰী কৰিশ্মা কাপুৰে তেওঁৰ ঘৰত এক নৈশ ভোজ অনুষ্ঠিত কৰিছিল।

কৰীণা কাপুৰ খানক ট্ৰোলকৰীণা কাপুৰ খানকে ধৰি মালাইকা আৰোৰা, অমৃতা আৰোৰা, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু অভিনেতা সঞ্জয় কাপুৰো এই  পাৰ্টিত উপস্থিত আছিল। পাৰ্টি এৰি যাওঁতে, পেপৰাজীয়ে কৰীণা আৰু মালাইকাৰ ভগ্নী অমৃতাক তেওঁলোকৰ কেমেৰাত বন্দী কৰিছিল। এই সময়ছোৱাত, ৰাইজে তেওঁলোকৰ পাৰ্টিৰ পৰৱৰ্তী মুখমণ্ডল দেখি তেওঁলোকক তীব্ৰভাৱে ট্ৰোল কৰে।

View this post on Instagram

A post shared by Viral Bhayani (@viralbhayani)

দৰাচলতে, বলীউডৰ তাৰকাসকলে পাৰ্টি কৰাৰ অথবা একেলগে সময় কটোৱাৰ সুযোগ এৰি নিদিয়ে। এনে পৰিস্থিতিত, বলীউডৰ ঘনিষ্ঠ বান্ধৱী ক্ৰমে কৰীণা কাপুৰ খান, কৰিশ্মা কাপুৰ, মালাইকা আৰোৰা আৰু অমৃতা অৰোৰাক প্ৰায়ে একেলগে ধেমালি কৰা দেখা যায়।

কৰিশ্মা কাপুৰৰ ডিনাৰ পাৰ্টীলৈ গৈ সুৰামত্তকৰিশ্মা কাপুৰৰ এই ডিনাৰ পাৰ্টিত কৰীণা আৰু অমৃতা উপস্থিত হৈছিল আৰু একেলগে বাহিৰলৈ ওলাই আহিছিল। এই ওলাই অহা সময়ত যেতিয়া পেপৰাজীয়ে কেমেৰাত তেওঁলোকক বন্দী কৰিবলৈ চেষ্টা কৰিছিল, তেওঁ নিজৰ মুখখন হাতেৰে ঢাকি লুকুৱাবলৈ চেষ্টা কৰিছিল।

কৰীণা আৰু অমৃতাক একেলগে গাড়ীত দেখি ৰাইজে তেওঁলোকক ভিন্ন ধৰণৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে। কোনোৱে প্ৰশ্ন কৰিছিল যে, ‘তেওঁলোকে ইমান পাৰ্টি কৰে, তথাপিও তেওঁলোক কেনেকৈ ইমান ফিট থাকে?’ আনহাতে, আন কোনোবাই সোধে যে, ” আপুনি অত্যাধিক সুৰাপান কৰিছে নেকি?” লগতে আন একাংশ লোকে পেপৰাজি সকলক তাৰকা সকলৰ গোপনীয়তাত হস্তক্ষেপ কৰাৰ বাবে বিভিন্ন ধৰণে থকা-সৰকা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কৰিশ্মা কাপুৰকৰীণা কাপুৰ খানমালাইকা আৰোৰা
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
ADVERTISEMENT
Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন
KARBI ANGLONG

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

August 28, 2026
50
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
50
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026
50
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

August 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

August 28, 2026
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d