ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

নিউজ ডেস্কঃ

News Desk by News Desk
July 18, 2026
Reading Time: 1 min read
A A
0
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

RELATED POSTS

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

New Logo Smal 2 | ASSAM TIMES POST

শনিবাৰে ঘোষিত হোৱা ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা (72nd National Film Awards), ২০২৪ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা (Best Assamese film award) লাভ কৰিছে ‘জুইফুল’ নামৰ ছবিখনে। ছবিখনৰ পৰিচালক হৈছে যদুমণি দত্ত। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এই বঁটা বিজয়ীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

উল্লেখ্য যে প্ৰায় চাৰি বছৰ ধৰি নিৰলস প্ৰচেষ্টা আৰু কষ্টৰ মাজেৰ নিৰ্মাণ কৰি ছবিখনৰ কাহিনী অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ ওপৰত আধাৰিত। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ভাৰতীয় পেনোৰামাৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখা লৈ এই ছবিখন নিৰ্বাচিত হৈছিল।

জুইফুলৰ চিত্ৰনাট্যকাৰ নিজৰা ৰাজকুমাৰী, সহ-প্রযোজনা ৰীতা দত্ত আৰু নন্দিনী শর্মা দত্ত, চিনেমাট’গ্রাফী জীতেন বড়োৰ, ছাউণ্ড ডিজাইনাৰ অনিশ বসু, সম্পাদনা শিৱাজিৎ শর্মা আৰু আৱহ সংগীত ৰাজীৱ কাশ্যপৰ। আনহাতে, অভিনয় শিল্পীসকল হৈছে শিৱাৰাণী কলিতা, ডিপান্তী লুথা, বেনডাং মেৰেন আও, ৰিতুপর্ণ ফুকন, ত্রিদীপ গগৈ, বেদব্রত শইকীয়া, টিনা গগৈ, পৰিস্মিতা শইকীয়া আদি ন-পুৰণি শিল্পী।

উল্লেখ্য যে শনিবাৰে সন্ধিয়া ৫.৩০ বজাৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত অনুষ্ঠিত হয় এই চলচ্চিত্ৰ বঁটা ঘোষণা অনুষ্ঠান। এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে মামুতী আৰু কাৰ্তিক আৰিয়ানে৷ আনহাতে, শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে য়ামী গৌতমে৷

national | ASSAM TIMES POST
৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাবিজয়ীসকল :

ফিচাৰ শাখা :

শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি : আৰ্টিক’ল ৩৭০
শ্ৰেষ্ঠ অভিনেতা : ‘চন্দু চেম্পিয়ন’ ছবিৰ বাবে কাৰ্তিক আৰিয়ান আৰু ‘ব্ৰমায়ুগম’ৰ বাবে মামুতী
শ্ৰেষ্ঠ অভিনেত্ৰী : ‘আৰ্টিক’ল ৩৭০’ ছবিৰ বাবে য়ামী গৌতম
শ্ৰেষ্ঠ পৰিচালক : ৰাজকুমাৰ পেৰিয়াছামী (আমৰণ)
শ্ৰেষ্ঠ সহঃঅভিনেত্ৰী : ‘মিথ্যা’ ছবিৰ বাবে ৰূপশ্ৰী ৱাৰ্কাডী আৰু ‘মহাৰাজা’ ছবিৰ বাবে সাচনা নামিদাস
শ্ৰেষ্ঠ সহঃঅভিনেতা : সঞ্জয় মিশ্ৰ (ভক্ষক)
শ্ৰেষ্ঠ বিনোদনধৰ্মী ছবি : কল্কি ২৮৯৮ এ ডি
শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় আৰু সামাজিক মূল্যবোধৰ ছবি : কেপ্টেইন মিলাৰ
শ্ৰেষ্ঠ শিশুশিল্পী : ঋদ্ধিমান বেনাৰ্জী, তপোময় দেৱ, গীতাশ্রী চক্রৱৰ্তী, অৰুণদেৱ পঠুলা, আতীশ এছ শেট্টী
শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী : শ্বেহনাদ জালাল (ব্ৰমায়ুগম,)
শ্ৰেষ্ঠ চিত্ৰনাট্য : সুকুমাৰ (পুষ্পা ২)
শ্ৰেষ্ঠ সংলাপ : লাকী ভাস্কৰ, ভেংকী আটলুৰি
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন : কল্কি ২৮৯৮ এ ডি
শ্ৰেষ্ঠ একচন : আনল আৰাছু (মহাৰাজা)
শ্ৰেষ্ঠ মেক-আপ আৰ্টিষ্ট : কমিটি কুৰ’ল্লু
শ্ৰেষ্ঠ কষ্টিউম ডিজাইন : দীপালি নূৰ আৰু শীতল শৰ্মা (পুষ্পা ২)
শ্ৰেষ্ঠ সংগীত পৰিচালক : শ্বাশ্বত সচদেৱ (আৰ্টিক’ল ৩৭০)
শ্ৰেষ্ঠ গীতিকাৰ : মনোজ মুণ্টাশ্বিৰ (ময়দান)
শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী : অভয় যোধপুৰকাৰ, ঘৌৰত গণপতি ফ্ৰম নৱসাচী গৌৰী মাজি
শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী : এ আৰ এম টু আংগু ভানা কনিলুৰ বাবে বৈকম বিজয়লক্ষ্মী
শ্ৰেষ্ঠ নৃত্য পৰিচালক : বিজয় গাংগুলী (স্ত্ৰী ২)
শ্ৰেষ্ঠ শব্দ ডিজাইন : মানস চৌধুৰী (ভুল ভুলইয়া ৩)
শ্ৰেষ্ঠ সম্পাদনা : আৰ কালাইভান্নান (আমৰণ)

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 72ndNationalFilmAwards
Share4Tweet3Send

Related Posts

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
57
ADVERTISEMENT
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets
NORTHEAST

Meghalaya Violence: Fresh Arson, Petrol Bombs Damage Government Assets

August 21, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d