ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

এতিয়াৰে পৰা আৰু এটিএমৰ পৰা টকা উলিয়াবলৈ নালাগে কার্ড!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 8, 2022
Reading Time: 1 min read
A A
0
এতিয়াৰে পৰা আৰু এটিএমৰ পৰা টকা উলিয়াবলৈ নালাগে কার্ড!

logo new 2 1 1 4 1 3 4 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

সমগ্ৰ দেশৰ সকলো বেঙ্কৰ সকলো এটিএমতে এতিয়াৰে পৰা টকা উলিয়াব পাৰিব কার্ড অবিহনেই। ভাৰতীয় ৰিজার্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে আজি এই কথা ঘোষণা কৰে। মানিটাৰী পলিচী কমিটিৰ বৈঠকৰ পিছত গৱর্নৰে জনায় যে এই ব্যৱস্থা ইউপিআইৰ জৰিয়তে হ’ব।

এটিএম

শক্তিকান্ত দাসে জনোৱা মতে, বর্তমান কার্ড অবিহনে এটিএমৰ পৰা নগদ টকা উলিওৱাৰ ব্যৱস্থা মাত্ৰ কেইটামান বেঙ্কৰ নিৰ্দিষ্ট কেইটামান এটিএমতহে উপলব্ধ। এইবাৰ সকলো বেঙ্কৰ সকলো এটিএমৰ ক্ষেত্রত এই ব্যৱস্থা গ্রহণ কৰা হ’ব। বর্তমান এছবিআই, এক্সিছ বেঙ্ক, আইচিআইচিআই বেঙ্ক আৰু বেঙ্ক অব বৰোডাৰ কেইটামান এটিএমতহে কার্ডবিহীন নগদ উলিওৱাৰ ব্যৱস্থা চলি আছে।

Tags: ATMএটিএম
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx