ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

যুদ্ধবিধ্বস্ত ইউক্রেইন এৰি দিল্লীলৈ অহা যুৱতীক বিমানবন্দৰতেই বিয়াৰ প্রস্তাৱ!

News Desk by News Desk
March 28, 2022
Reading Time: 1 min read
A A
0
যুদ্ধবিধ্বস্ত ইউক্রেইন এৰি দিল্লীলৈ অহা যুৱতীক বিমানবন্দৰতেই বিয়াৰ প্রস্তাৱ!

RELATED POSTS

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

দেশৰ বিপন্ন পৰিস্থিতিতো এক প্রেমৰ সম্পর্কই সফল পৰিণতি লাভ কৰিলে। আৰম্ভণি হৈছিল ২০২০ চনত। অতিমাৰি পৰিবেশত প্রথম লকডাউন জাৰি হোৱাত কেইদিনমান পূৰ্বে দিল্লীলৈ ফুৰিবলৈ আহিছিল আনা হোৰোডেটস্কা। ইউক্রেইনৰ কিভৰ বাসিন্দা তেওঁ। কিন্তু লকডাউনৰ কাৰণে আবদ্ধ হৈ পৰিছিল ভাৰতত। সেই সময়ত বন্ধুত্ব গঢ়ি উঠে দিল্লী হাইকোর্টৰ এজন অধিবক্তা অনুভৱ ভাসিনৰ সৈতে। বন্ধুত্বৰ পৰা লাহে লাহে প্রেমৰ সম্পর্ক আৰম্ভ হয় তেওঁলোকৰ। ইয়াৰ পিছত দেশলৈ উভতি যায় আনা। কিন্তু তাৰ পিছতো নিয়মিত যোগাযোগ আছিল তেওঁলোকৰ মাজত। দিল্লী আৰু কিভৰ মাজত হাজাৰ হাজাৰ মাইলৰ দূৰত্ব থাকিলেও, আনা-অনুভৱৰ মনৰ দূৰত্ব কেতিয়াও কমা নাছিল।

marray 1 | ASSAM TIMES POST

ইয়াৰ পিছতেই ইউক্রেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াই। যুদ্ধ আৰম্ভৰ পিছৰ পৰা কিভ এৰি নিৰাপদ আশ্রয়ত, নতুবা প্রতিবেশী দেশবোৰলৈ পলাবলৈ আৰম্ভ কৰে ইউক্রেইনীয়সকলে। কিন্তু সকলোৰে দৰে পোলেণ্ড বা হাঙ্গেৰীলৈ নাযায় আনা। দিল্লীলৈ তেওঁৰ মনৰ মানুহৰ ওচৰলৈয়েই ঘূৰি আহিব বিচাৰিছিল। সেয়ে পলম নকৰি যুদ্ধবিধ্বস্ত ইউক্রেইন এৰি দিল্লী উদ্দেশ্যে ৰাওনা হয় আনা।

প্রথমে কিভৰ পৰা পলাই লুভিভলৈ যায় আনা। তাৰ পিছত শ্লোভাকিয়া সীমান্তত উপস্থিত হয়। অনুভৱৰ বন্ধুসকলৰ সহায়ত আনাই পোলেণ্ডলৈ যায়। তাত ভাৰতীয় দূতাবাসৰ পৰা ভিছাৰ অনুমতি লাভ কৰি দিল্লীলৈ উৰা মাৰে তেওঁ। আনহাতে, নিজ দেশ, নিজৰ প্রিয় মানুহক এৰি দিল্লীলৈ আহিছে আনা৷ সেয়ে এই মুহূর্তটো চিৰস্মৰণীয় কৰি ৰাখিব বিচাৰিছিল অনুভৱে। বিয়া কৰোৱাৰ পৰিকল্পনা অৱশ্যে পূৰ্বৰ পৰাই আছিল। কিন্তু বিমানবন্দৰত আনাই ভৰি থোৱাৰ লগে লগেই তাত তেওঁক বিয়াৰ প্রস্তাৱ দিয়ে অনুভৱে। আগন্তুক এক মাহৰ ভিতৰত শুভ দিন-ক্ষণ চাই আনাক বিয়া কৰাব অনুভৱে। তাৰ পিছতেই দেশৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব তেওঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share5Tweet3Send

Related Posts

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

by News Desk
October 22, 2026
50
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

by News Desk
October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

by News Desk
October 22, 2026
50
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

by News Desk
October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

by News Desk
October 22, 2026
50
France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ
National-International

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

by News Desk
October 22, 2026
50
ADVERTISEMENT
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
50
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d