শুক্রবাৰে এক চৰকাৰী বিবৃতিত আৰবিআইয়ে জনাইছে, পিটিএমে এখন অডিট ফার্ম নিয়োগ কৰি আইটি ছিষ্টেমৰ হিচাব-নিকাচ কৰিব লাগিব। সংশ্লিষ্ট অনলাইন পেমেন্ট কোম্পানীটোৰ বহু বিষয়ত গুৰুত্ব দিবলৈ এই নির্দেশ দিয়া হৈছে।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx