ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

News Desk by News Desk
June 5, 2026
Reading Time: 1 min read
A A
0
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

শপত গ্ৰহণৰ দুদিন পিছতে কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰীসভা (Karnataka Congress Cabinet)ত অশান্তিৰ লক্ষণ (Signs of unrest) দেখা গৈছে। ইতিমধ্যে এজন মন্ত্ৰীয়ে বিচৰা বিভাগ নোপোৱাত পদত্যাগ (A minister’s resignation) কৰিছে। আশা কৰা ধৰণে দপ্তৰ বিতৰণ নকৰাৰ বাবে আৰু চাৰিজন মন্ত্ৰীও অসন্তুষ্ট। এনে পৰিস্থিতিত কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ (DK Shivkumar) দলৰ অভ্যন্তৰৰ পৰায়ে প্ৰবল চাপত পৰিছে। কৰ্ণাটকৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰামালিংগা ৰেড্ডী (Ramalinga Reddy)য়ে শুকুৰবাৰে পুৱা মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। ৰেড্ডীয়ে দাবী কৰে যে শিৱকুমাৰে তেওঁক বেংগালুৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়াৰ আশ্বাস দিছিল। কিন্তু তেওঁক জলসিঞ্চন বিভাগ দিয়া হয়। ইয়াৰ পিছত ৰেড্ডীয়ে কেবিনেটত নথকাৰ সিদ্ধান্ত লয়। ইফালে ৰেড্ডীক ‘ঘনিষ্ঠ বন্ধু’ বুলি অভিহিত কৰি শিৱকুমাৰে অৱশ্যে সমস্যাটো সমাধান হ’ব বুলি কয়।

কৰ্ণাটকৰ আৰু দুজন মন্ত্ৰী কে এইচ মুনিয়াপ্পা আৰু কে জে জৰ্জেও দপ্তৰ বিতৰণক লৈ ক্ষোভ প্ৰকাশ কৰিছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ কেবিনেটতো আছিল সাতবাৰৰ সাংসদ মুনিয়াপ্পা। শিৱকুমাৰে তেওঁক খাদ্য আৰু যোগান মন্ত্ৰীৰ পদ দিয়ে। কিন্তু এজন জ্যেষ্ঠ বিধায়ক হিচাপে তেওঁ ‘সন্মানজনক’ দপ্তৰ লাভ কৰিবলৈ আগ্ৰহী। এই কথা তেওঁ ৰাহুল গান্ধীকো জনাইছে।

kar 1 | ASSAM TIMES POST
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

আনহাতে, শক্তি মন্ত্ৰী জৰ্জো নিজৰ বিভাগত সুখী নহয়। সিদ্দাৰমাইয়াৰ কাৰ্যকালতো তেওঁ শক্তি মন্ত্ৰী আছিল। আন এজন মন্ত্ৰী সতীশ জাৰকিহোলি ৰাজহুৱা কাম-কাজ বিভাগৰ দায়িত্বত সুখী যদিও আন এটা কাৰণত বিচলিত। তেওঁ আশা কৰিছিল যে মন্ত্ৰী হোৱাৰ সমান্তৰালকৈ তেওঁক কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপেও নিযুক্তি দিয়া হ’ব। কিন্তু সেয়া নহ’ল। এই বিষয়ত তেওঁ কংগ্ৰেছ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে।

উল্লেখ্য যে সিদ্দাৰমাইয়াৰ পদত্যাগৰ পিছত বুধবাৰে বিয়লি ৪ বজাত বেংগালুৰুৰ লোকভৱনৰ গ্লাছ হাউছত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শিৱকুমাৰে। ৰাজ্যপাল থাবৰচান্দ গেহলটে তেওঁক শপত গ্ৰহণ কৰায়। বুধবাৰে শিৱকুমাৰৰ সৈতে দলিত নেতা জি পৰমেশ্বৰেও উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লগতে ১২ জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে।

Tags: DKShivkumarKarnatakaminister'sresignation
Share4Tweet3Send

Related Posts

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

by Staff Reporter
June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

by News Desk
June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

by News Desk
June 5, 2026
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

by Staff Reporter
June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

by Staff Reporter
June 5, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT