ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডবকাৰ পৰা কাৰবি আংলং হৈ ডিমাপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাই পথৰ বাবে অত্যাধুনিক জাৰ্মান প্ৰযুক্তিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ৷

ASSAM TIMES POST by ASSAM TIMES POST
September 15, 2019
Reading Time: 1 min read
A A
0
ডবকাৰ পৰা কাৰবি আংলং হৈ ডিমাপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাই পথৰ বাবে অত্যাধুনিক জাৰ্মান প্ৰযুক্তিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই ৷

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

WhatsApp Image 2019 09 15 at 11.30.25 2 | ASSAM TIMES POST

ASSAM TIMES POST

ডিফু, ১৪ ছেপ্টেম্বৰ : কোমল আৰু পথ নিৰ্মানৰ বাবে অনুপযোগী মাটিত সুচল পথ নিৰ্মানৰ বাবে আজি কাৰবি আংলঙ জিলাৰ লাংহিনত এক ঐতিহাসিক অত্যাধুনিক প্ৰযুক্তিৰ শুভাৰম্ভ হয় ৷ ইয়াৰ জৰিয়তে ৰাইজক উন্নত যোগাযোগ আৰু যাতায়ত ব্যৱস্থা প্ৰদানত বদ্ধপৰিকৰ গৰকাপ্তানি বিভাগে আজি কাৰ্বি আংলং জিলাৰ লাংহিনত অসম ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথম বাৰৰ বাবে জাৰ্মান প্ৰযুক্তিৰ আৰ্হিত অত্যাধুনিক ভূমিসৱলীকৰণ প্ৰযুক্তিৰ সংযোজনেৰে থলীতে চিমেণ্টযুক্ত পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ গৰকাপ্তানি মন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাই ৷

WhatsApp Image 2019 09 15 at 11.30.26 | ASSAM TIMES POST

আজি দুপৰীয়া প্ৰখৰ ৰদকো নেওচি প্ৰথমে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে ,মন্ত্ৰী চুম ৰংহাঙে অত্যাধুনিক যন্ত্ৰসমূহ প্ৰদৰ্শণ কৰে ৷প্ৰায় ৯০৩৭’১৫ লাখ টকাৰে ৫৫’৩৮২ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আজি পৰিষদৰ মু্খ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ,সাংসদ হৰেণছিং বেৰ প্ৰমুখ্যে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য সকলৰ উপস্থিতিত শুভাৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয়যে উক্ত পথটো নিৰ্মান কৰিবলৈ গৈ ঠিকাদাৰ সকল বিমোৰত পৰিছিল কাৰণ পথছোৱা নিৰ্মাণৰ পিছত চপৰা চপৰে ওপৰৰ তৰপ সমূহ উঠি গৈছিল ৷

পিছত পথছোৱাৰ ভূমি পৰীক্ষাৰ পিছতহে বিশেষজ্ঞ সকলে গম পাইছিলযে নিৰ্মাণহৈ থকা পথছোৱাৰ ভূমি অত্যন্ত কোমল সেয়ে পথ নিৰ্মাণত বিসংগতিয়ে দেখা দিছে ৷ বিশেষজ্ঞৰ মতামতৰ পিছতে চৰকাৰে পথছোৱা নিৰ্মাণৰ বাবে আধুনিক প্ৰযুক্তিৰ কথা চিন্তা কৰি অত্যাধুনিক জাৰ্মানী প্ৰযুক্তিৰে ভূমি সাৱলীকৰণ আহিলাৰে পথছোৱা নিৰ্মানৰ কাৰ্যত ব্ৰতি হৈছে বুলি কয় ৷ ছমাহৰ ভিতৰত পৰীক্ষামূলক ভাবে ৰাষ্ট্ৰীয় ঘাই পথছোৱা নিৰ্মাণ কৰি সুফল পালে ৰাজ্যৰ অন্যান্য ঠাইতো এই প্ৰযুক্তিৰ সৎ ব্যৱহাৰ কৰি পথ সমূহ সৱল আৰু দীৰ্ঘ ম্যাদী কৰাৰ প্ৰয়াস কৰা হব বুলি মন্তব্য কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ – ডিফু ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuFeaturedHimanta Biswa Sarmakarbi anglong
Share7Tweet5Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
50
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
50
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
50
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d