ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন

ASSAM TIMES POST by ASSAM TIMES POST
September 14, 2019
Reading Time: 1 min read
A A
0
ডিফুত সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন

logo atp | ASSAM TIMES POSTASSAM TIMES POST 
ছাইদুল ইছলাম, ডিফুঃ সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থা চমুকৈ আকাছুৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি আজি ডিফুৰ জিলা প্ৰেছ ক্লাৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ৷

RELATED POSTS

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

আকাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙ ও আকাছুৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ উপস্থিতিত কেক কাটি প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷

ইয়াৰ পিছত মুকলি সভাত আকাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙে নিজৰ ভাষণ প্ৰসংগত সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ ইতিহাস আৰু খিলঞ্জীয়া ছাত্ৰ সন্থাক আজিৰ পৰ্যায়ত উপনীত কৰিবলৈ কেন্দ্ৰীয় নেতৃবৰ্গই কৰা প্ৰচেষ্টাক শলাগ লয় ৷

অসমত বসবাস কৰা জাতি ,বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ সামগ্ৰিক বিকাশৰ অধিকাৰ সাব্যস্থ কৰিবলৈ ঐক্যবদ্ধভাবে সংগ্ৰাম চলাই নিয়াত আকাছু সংকল্পবদ্ধ বুলি কয় ৷ এবছৰীয়া কাৰ্যকাল অতিক্ৰম কৰি বিশেষ সফলতা বা প্ৰাপ্তি নহলেও কাৰ্বি আংলং জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আকাছুৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে লগতে অসমৰ বিভিন্ন প্ৰান্তত আকাছুৰ শাখা কাৰ্যালয় গঠন হৈছে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙে ৷

আজিৰ বৰ্ষপূৰ্তি অনুষ্ঠানটোত ক্ৰমে আকাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ভৰত ৰংহাঙ, সম্পাদক ভিয়াৰেছ দৈমাৰী, বিত্ত সম্পাদক গোলাব খান, বিজেপিৰ কিষাণ মৰ্চাৰ লাংচ’মেপী ব্লকৰ সম্পাদক ৰবীন্দ্ৰ চিংনাৰ, কেএছএৰ বকলিয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি ও কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য বাবুছিং তেৰাঙ উপস্থিত থাকে৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx