ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিৱসাগৰত ডঃ নিৰুপমা মহন্তৰ আত্মজীৱনী “জীৱন জলধিৰ ঢৌ নিৰুপম” উন্মোচনঃ উন্মোচন কৰিলে অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী হৰপ্ৰিয়া বাৰুকিয়াল বৰগোঁহাই

ASSAM TIMES POST by ASSAM TIMES POST
September 8, 2019
Reading Time: 1 min read
A A
0
শিৱসাগৰত ৰংপুৰ জলক্ৰীড়া সন্থাৰ অসম ভিত্তিত মুকলি সাঁতোৰ প্ৰতিযোগিতা

RELATED POSTS

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

logo atp | ASSAM TIMES POSTASSAM TIMES POST

শিৱসাগৰ: অসম লেখিকা সংস্থাৰ শিৱসাগৰ শাখাৰ উদ্যোগত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত আজি অনুষ্ঠিত অনুষ্ঠানত ডঃ নিৰুপমা মহন্তৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয়।
“জীৱন জলধিৰ ঢৌ নিৰুপম” নামৰ গ্ৰন্থ খনি অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে উন্মোচন কৰে।
ডঃ নিৰুপমা মহন্তৰ জীৱন বৃত্ত সামৰি লোৱা গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ড০ এছ লক্ষ্মননে।

সভাত সাহিত্যিক ৰতিপ্রভা গগৈ, বৰ খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলা কান্ত মহন্ত আদিকে ধৰি ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

IMG 20190908 WA0005 | ASSAM TIMES POST

উল্লেখযোগ্য যে শিৱসাগৰ নগৰৰ সমীপৰ কোঁৱৰপুৰ বৰ খাটপাৰ সত্ৰৰ বোৱাৰী ডঃ মহন্তই নিচেই কম বয়সতে বিবাহ পাশত আৱদ্ধ হৈছিল।বিবাহৰ পাছত উচ্চ শিক্ষা গ্ৰহণ কৰি সংসাৰৰ সকলো দায়িত্ব সুচাৰুভাৱে পালন কৰি ডঃ মহন্তই নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে ৫ জনকৈ সন্তানক মানুহ কৰাৰ গুৰু দায়িত্ব সফলতাৰে সম্পন্ন কৰিছিল।ডঃ মহন্তই আঠটা নাতি লাভ কৰাৰ পাছত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।

বিগত সময়ত ডঃ মহন্তই মহাপুৰুষীয়া পৰম্পৰা সন্দৰ্ভত দীৰ্ঘদিন ধৰি গৱেষণা কৰি কেইবাখনো মূল্যবান গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি এতিয়াও নিৰবিছিন্ন ভাবে সাহিত্য চৰ্চা কৰি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share8Tweet5Send

Related Posts

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

by ASSAM TIMES POST
August 27, 2026
50
BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত
Assam

BTC Vice Chairman death : বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ল’লে চৰম সিদ্ধান্ত

by News Desk
August 27, 2026
57
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

by News Desk
August 27, 2026
58
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

by News Desk
August 27, 2026
54
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
ADVERTISEMENT
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

August 28, 2026
50
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
51
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

August 28, 2026
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d