ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ মহানুভৱতাঃ জটিল ৰোগত আক্ৰান্তক ৫০ হাজাৰ টকাকৈ

ASSAM TIMES POST by ASSAM TIMES POST
September 5, 2019
Reading Time: 1 min read
A A
0
কাৰ্বি স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ মহানুভৱতাঃ জটিল ৰোগত আক্ৰান্তক ৫০ হাজাৰ টকাকৈ

RELATED POSTS

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

logo atp | ASSAM TIMES POSTASSAM TIMES POST

আছাম টাইমছ্ প’ষ্টৰ বিশেষ প্ৰতিবেদন

প্ৰতিবেদন যুগুতালে ছাইদুল ইছলামঃ 

শাসনৰ গাদীত বহাৰ পাছত এচাম ক্ষমতালোভী জননেতাই নিজৰ লাস-বিলাসত মচগুল হৈ প্ৰজা বা সাধাৰণ জনতা তথা দুখীয়া-দৰিদ্ৰ লোকলৈ পিঠি দিয়াৰ উদাহৰণ অলেখ আছে৷ 

কিন্তু সেই সকলোবোৰ ধাৰণা নুই কৰি তিনিবাৰকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গাদী দখল কৰা তুলিৰাম ৰংহাঙে ভাৰতীয় জনতা পাৰ্টিৰ আমোলত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত অধিষ্ঠিত হোৱাৰ লগেলগেই যেন পণ কৰি লৈছে কাৰ্বি পাহাৰৰ অকল্পনীয় পৰিৱৰ্তন সাধন কৰাৰ৷

কাৰ্বি পাহাৰৰ দুৰ্গম এলেকাৰ জনসাধাৰণৰ দুখ-দুৰ্দশাৰ কথা সোঁশৰীৰে বুজ লৈ সেইবোৰ অঞ্চলৰ সৰ্বাঙ্গীন উন্নয়ন, বিভিন্ন বাট-পথ, নগৰাঞ্চলৰ আমোল পৰিৱৰ্তনৰ লগতে স্প’ৰ্টছ কমপ্লেক্স, মিনি ষ্টেডিয়াম, ইনড’ৰ ষ্টেডিয়াম আদি নিৰ্মাণ কৰি জিলাখনত ক্ৰীড়া সংস্কৃতিৰ লগতে কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ উদ্যোগলৈ অহা পৰিলক্ষিত হৈছে৷

53bc5454 66a7 43c2 ab38 e6de05529c9e | ASSAM TIMES POST 8c61883d 4665 45b1 ae71 53577a297700 | ASSAM TIMES POST ca515dae 4412 48d7 87c3 738f33940ab9 | ASSAM TIMES POST d6f8304e 8a93 4d40 a211 221fa410bd91 | ASSAM TIMES POST

এমঅ’এছ বা এমইউএছ চুক্তিৰ বাবে আবণ্টিত পুঁজিৰ সদ ব্যৱহাৰ কৰি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ঐতিহাসিক পৰিৱৰ্তন সাধিবলৈ সক্ষম হৈছে জননেতা তুলিৰাম ৰংহাঙ৷ শেহতীয়াকৈ তেওঁৰ মহানুভৱতাৰ কথা প্ৰকাশ পাইছে জিলাখনৰ বিভিন্ন বিভিন্ন স্থানত দুৰাৰোগ্য আৰু জটিল ৰোগত ভুগি থকা একাংশ ৰোগীক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা কাৰ্যত৷

d17d6bba 932e 434c 8133 3957abf55448 | ASSAM TIMES POST ffff86c4 9b66 47be b570 e8baacc6265f | ASSAM TIMES POST

 

জানিব পৰা মতে, যোৱা কেইদিনৰ ভিতৰত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰংখাং পৰিষদীয় সমষ্টিৰ টেংকেৰালাংছ’ৰ ছিম ক্ৰামছাৰ কন্যা মিৰ্দান ক্ৰামছাপী জিএমচিএইচত দুৰাৰোগ্য ৰোগত চিকিৎসাধীন হৈ থকাৰ বাবে ৫০ হাজাৰ টকা, নিলীপ পৰিষদীয় সমষ্টিৰ দিলাৰাম টেৰণ গাঁৱৰ শিশু ৰবাৰ্ট টেৰাঙৰ চিকিৎসাৰ বাবদ ৫০ হাজাৰ টকা, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বৰজান সমষ্টিৰ হিডিপি বে’ গাঁৱৰ মহিলা মৃত্যিকা তিচ’পীলৈ চিকিৎসাৰ বাবদ ৫০ হাজাৰ টকা, বোকাজান দেওপানীৰ জপৰালাংচ’ৰ মুখমণ্ডলত টিউমাৰত আক্ৰান্ত মহিলা বাৰিকা টেৰণপীলৈ ৫০ হাজাৰ টকা, নিলীপ পৰিষদীয় সমষ্টিৰে চ’কীহলাৰ অগ্নিদগ্ধ হোৱা ৰজনী ইংতিপীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে৷ কাৰ্বি আংলং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহঙৰ এই প্ৰচেষ্টাত আছাম টাইমছ্ প’ষ্টৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featuredfeatured3karbi anglong
Share167Tweet16Send

Related Posts

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 21, 2026
50
Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল
Assam

Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল

by News Desk
October 21, 2026
50
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

by News Desk
October 19, 2026
51
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
ADVERTISEMENT
United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
50
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d