ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গৃহহীনৰ বাবে থাকিব বাৰ্লিনৰ হোটেলৰ দুৱাৰ খোলা:

ASSAM TIMES POST by ASSAM TIMES POST
February 23, 2021
Reading Time: 1 min read
A A
0
গৃহহীনৰ বাবে থাকিব বাৰ্লিনৰ হোটেলৰ দুৱাৰ খোলা:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

বিশেষ প্ৰতিবেদন:

অকণমান আশ্রয় যে কিমান ডাঙৰ কথা তাক লৈ কত কাব্য-সাহিত্য ৰচনা হৈছে। মুৰৰ ওপৰৰ এখন চালিৰ কাৰণেই মানুহে জীৱনত কত কি কৰিব লগা হয়!

গৃহহীন মানুহৰ এই দুঃখ কষ্ট অনুভৱ কৰিয়েই বার্লিনৰ এক চেৰিটি সংস্থাই বার্লিনৰ হোটেলসমূহক সেই এলেকাৰ গৃহহীনসকলৰ সাহায্যৰ বাবে আবেদন জনায়।

গৃহহীনসকলৰ বাবে মুঠ ১৪২৬খন শয্যা নিশ্চিত কৰা সম্ভৱ হৈছে বুলি জানিব পৰা গৈছে বার্লিনৰ উক্ত চেৰিটি সংস্থাৰ ফালৰ পৰা। কেৱল শোৱাৰ ব্যৱস্থাই নহয়, কেইবাখনো হোটেলে গৃহহীনসকলৰ বাবে পুৱাৰ জলপান আৰু ৰাতিৰ খাদ্যৰো ব্যৱস্থা ৰাখিছে৷

বার্লিনৰ এই চেৰিটি সংস্থাই জনাইছে যে, গৃহহীনসকলৰ সৈতে কথা পতা আৰু তেওঁলোকৰ মনৰ অৱস্থাৰ বুজ লোৱাই সংস্থাটোৰ প্রধান কাম। জীৱনৰ সকলো আশা এৰি হতাশাগ্রস্ত জীৱন যাপন কৰা গৃহহীন লোকসকলে হয়তো কেইসপ্তাহ মান হোটেলত ভাল দৰে থাকি-দুবেলা দুসাঁজ খাই পৰৱর্তী জীৱন সম্পৰ্কত সুস্থ ভাৱে চিন্তা কৰাৰ অৱকাশ পাব। হতাশাগ্ৰস্ত গৃহহীনসকলক এটা সুন্দৰ জীৱনৰ পাতনি মেলাত সহায় কৰাৰ বাবেই এই ব্যৱস্থা ৷

Tags: featured3
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

by Staff Reporter
June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

by Staff Reporter
June 7, 2026
50
‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ
National-International

‎মাহে ৬০০০ টকা দৰমহা । চৰকাৰী অভিযন্তাৰ পৰা উদ্ধাৰ ২ কোটি টকা, নগদ ধন আৰু ঘৰ বা মাটি, সোণৰ অলংকাৰ আৰু বিলাসী গাড়ী জব্দ

by Staff Reporter
June 7, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎ষ্টেলিন আউট, বিজয় ইন । ইণ্ডিয়া মিত্ৰতাত আশ্চৰ্যৰ সম্ভাৱনা ‎

by Staff Reporter
June 7, 2026
50
‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎
National-International

‎যুদ্ধৰ প্রস্তুতি । দেশৰ ২৪৪ জিলাত স্থাপন কৰা হ’ব এয়াৰ ষ্ট্ৰাইক এলাৰ্ম চেণ্টাৰ ‎

by Staff Reporter
June 7, 2026
50
LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি
National-International

LPG price hike : ঘৰুৱা এলপিজিৰ মূল্য ২৯ টকা বৃদ্ধি

by News Desk
June 7, 2026
50
ADVERTISEMENT
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎আমেৰিকাত বিশ্বকাপৰ আগেয়ে ধৰ্মঘটৰ হুংকাৰ ২০০০ ষ্টেডিয়াম কৰ্মীৰ, সমস্যাত ট্ৰাম্প চৰকাৰ ‎

June 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

June 8, 2026
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

June 7, 2026
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

June 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT