ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঋণ স্থগিতাদেশৰ বিষয়ত সিদ্ধান্ত ল’বলৈ চূড়ান্ত সময়সীমা বান্ধি দিলে শীর্ষ আদালতে:

ASSAM TIMES POST by ASSAM TIMES POST
September 10, 2020
Reading Time: 1 min read
A A
0
ঋণ স্থগিতাদেশৰ বিষয়ত সিদ্ধান্ত ল’বলৈ চূড়ান্ত সময়সীমা বান্ধি দিলে শীর্ষ আদালতে:

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্ক:

RELATED POSTS

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

দুসপ্তাহৰ ভিতৰত ঋণ স্থগিতৰ বিষয়ত নির্দিষ্ট সিদ্ধান্ত জনাব লাগিব চৰকাৰে৷ এই নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ। উল্লেখ্য যে ক’ৰোনা ভাইৰাছ সংকটৰ কাৰণে ঋণ গ্ৰহণকাৰীসকলৰ ইএমআইৰ বোজা শিথিল কৰাৰ উদ্দেশ্যে ঋণ পৰিশোধৰ ওপৰত সাময়িক স্থগিতাদেশ দিয়া হৈছিল৷ 

এতিয়া সেই সময়সীমা আৰু সুতৰ বিষয়ত নির্দিষ্ট ঘোষণা কৰিবলৈ কেন্দ্রীয় চৰকাৰক দুসপ্তাহ সময় দিয়ে দেশৰ শীৰ্ষ আদালতখনে৷ এই প্ৰসংগত ছুপ্রিম কোর্টৰ তিনিজনীয়া বিচাৰকৰ বিচাৰপীঠে জনায় যে, আমি কেন্দ্রীয় চৰকাৰক দুসপ্তাহৰ সময় দিলো৷ এই সময়ৰ ভিতৰতে তেওঁলোকে নির্দিষ্ট সিদ্ধান্ত গ্রহণ কৰিব লাগিব। লগতে এইখিনিয়েই আৰবিআই আৰু কেন্দ্রীয় চৰকাৰক দিয়া শেষ সময়সীমা বুলিও জনায় ছুপ্রিম কোর্টে।

উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ কাৰণে ঋণীসকলৰ ওপৰত পৰা আর্থিক বোজা লাঘৱ কৰাৰ উদ্দেশ্যে ৰিজার্ভ বেংকে ইএমআইৰ ওপৰত সাময়িক স্থগিতাদেশ জাৰি কৰিছিল। সেই বিলম্বিত ইএমআইৰ সুত ৰেহাইৰ একাধিক আবেদনৰ শুনানিত শীর্ষ আদালতে চৰকাৰক নির্দিষ্ট পৰিকল্পনা দাখিলৰ নির্দেশ দিয়ে।

কেন্দ্রৰ তৰফৰ পৰা ছুপ্রিম কোর্টক জনোৱা হয় যে বিষয়টোক লৈ চৰকাৰৰ শীর্ষ স্তৰত আলোচনা চলি আছে। আনহাতে, ঋণীসকলক কিছু সকাহ দিয়াৰ বাবে চৰকাৰে বেঙ্ক আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে ইতিমধ্যে কেইবাবাৰো আলোচনা কৰিছে বুলি ছুপ্রিম কোর্টত চৰকাৰৰ তৰফৰ পৰা জনোৱা হয়।

Tags: featured3
Share4Tweet3Send

Related Posts

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

by News Desk
June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

by News Desk
June 19, 2026
50
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

by Staff Reporter
June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT