ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেওবাৰে বলয়গ্রাস সূৰ্য গ্ৰহণ : অসমৰ ক’ত ক’ত দৃশ্যমান হ’ব?

Press Desk by Press Desk
June 20, 2020
Reading Time: 1 min read
A A
0
দেওবাৰে বলয়গ্রাস সূৰ্য গ্ৰহণ : অসমৰ ক’ত ক’ত দৃশ্যমান হ’ব?

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

নিউজ ডেস্ক:

দেওবাৰে বলয়গ্রাস সূৰ্য গ্রহণ। কিন্তু অসমত দেখা নাযাব পূৰ্ণ বলয়গ্রাস৷ কিয়নো সূর্যৰ বলয়গ্রাসৰ পথ যাবব এইবাৰ উত্তৰ ভাৰতৰ ওপৰেদি। অসমৰ ডিব্ৰুগড় আৰু গুৱাহাটীসহ ভাৰতৰ বাকী অংশত কেৱল আংশিক গ্রহণ দেখা যাব বুলি কেন্দ্ৰীয় জ্যোতিৰ্বিজ্ঞান কেন্দ্ৰই জনাইছে।

অৱশ্যে বৰষুণৰ বাবে পুৱাৰ পৰাই আকাশ গোমা হৈ থাকিলে সূর্যৰ খণ্ডগ্রাসও কিমানখিনি দেখা যাব, তাক লৈও অনিশ্চয়তা আছে। কিন্তু কপাল ভাল থাকিলে, গুৱাহাটী-ডিব্ৰুগড়ৰ মানুহে প্রায় ডেৰ ঘণ্টা ধৰি প্ৰত্যক্ষ কৰিব পাৰিব এই গ্রহণ।

বলয়গ্রাস আৰু পূর্ণগ্রাস কি?

সূর্যৰ পোহৰতেই আলোকিত হয় সকলো গ্রহ আৰু উপগ্রহ। চন্দ্ৰ মাজত সোমাই পৰিলে যেতিয়া সম্পূৰ্ণভাৱে সূর্যক ঢাকি দিয়ে, তেতিয়া তাৰ ছায়াই ঢাকি পেলাই পৃথিৱীক। সেয়াই পূর্ণগ্রাস সূর্যগ্রহণ। তেতিয়া পৃথিৱীৰ পৰা সূর্যক আৰু দেখা নাযায়। দিনতে নামি আহে ৰাতিৰ দৰে অন্ধকাৰ।

আনহাতে, সূর্যৰ আংশিক গ্রহণ তেতিয়াই হয়, যেতিয়া মাজত সোমাই পৰিও চন্দ্ৰই সম্পূৰ্ণভাৱে সূর্যক ঢাকিব নোৱাৰে। তাৰফলত, কিছু সময়ৰ বাবে সূর্য চন্দ্ৰৰ দ্বাৰা ঢাক খাই যায়।

সূর্যৰ বলয়গ্রাসৰ সময়ত চন্দ্ৰই কেৱল সূর্যৰ কেন্দ্রটোকহে ঢাকি দিয়ে। তাৰ চাৰিওপাশে ঘেৰি থাকে সূর্যৰ পোহৰ। যেন ‘ৰিং অব ফায়াৰ’!

ক’ত ক’ত দেখা যাব পূৰ্ণ সূৰ্য গ্ৰহণ?

ডেৰাডুন, ঘৰছানা, কলংক আৰু কুৰুক্ষেত্ৰ৷

অসমত কিমান সময় দেখা যাব আংশিক সূৰ্য গ্ৰহণ?

ডিব্ৰুগড় আৰম্ভ হ’ব পুৱা ১১.০৭ বজাত৷ দিনৰ ১২.৫৪ত হ’ব সৰ্বাধিক আৰু ২.২৯ বজাত শেষ হ’ব৷

আনহাতে, গুৱাহাটীত আৰম্ভ হ’ব পুৱা ১০.৫৭ বজাত৷ সৰ্বাধিক হ’ব ১২.৪৫ত আৰু সমাপ্ত হ’ব বিয়লি ২.২৪ত৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: feature
Share9Tweet6Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
50
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026
50
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

August 28, 2026
50
Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

August 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

August 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d