ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰ’ণাৰ বিৰুদ্ধে ChAdOx1 nCoV-19 ভেকছিনঃ অহা সপ্তাহত মানৱ দেহত দিয়া হ’ব টিকা

ASSAM TIMES POST by ASSAM TIMES POST
April 17, 2020
Reading Time: 1 min read
A A
0
ক’ৰ’ণাৰ বিৰুদ্ধে ChAdOx1 nCoV-19 ভেকছিনঃ অহা সপ্তাহত মানৱ দেহত দিয়া হ’ব টিকা

0 1 e1574345654996 6 1 2 2 7 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

নিউজ ডেস্ক:

অহা সপ্তাহত ব্ৰিটেইনত ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধী টিকা মানৱ শৰীৰত দিয়া হ’ব৷ ইতিমধ্যে বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ ওপৰত ক’ভিড-১৯ টিকা প্ৰয়োগ কৰি আশাৰ ৰেঙণি দেখিছে বিজ্ঞানীয়ে৷ সম্প্ৰতি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গবেষক দলৰ প্ৰধান অধ্যাপক এড্ৰিয়ান হিলে ‘দ্য ডেইলী মেল’ নামৰ সংবাদ পত্ৰখনত এক সাক্ষাৎকাৰত কয়, প্ৰথম পৰ্যায়ত ১৮-৫৫ বছৰ বয়সীয়া ৫১০ জন স্বেচ্ছাসেৱীক অহা সপ্তাহত ক’ভিড-১৯ ভেকছিন দিবৰ বাবে সন্মত কৰা হৈছে৷

file 20200414 117604 17js7ny | ASSAM TIMES POST Ofer Levy and Davd Dowling 003 | ASSAM TIMES POST

কাকতখনত প্ৰকাশিত বাতৰি মতে অক্সফৰ্ডৰ বিজ্ঞানীয়ে ক’ভিড-১৯ ভেকছিনৰ ক্ষেত্ৰত আশাবাদী৷ অহা কেইটামান মাহৰ ভিতৰত এই টিকাৰ সহায়ত লাখ লাখ মানুহ ক’ৰ’ণা ভাইৰাছৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা পাব বুলি তেওঁ বিশ্বাস কৰে৷ অধ্যাপক এড্ৰিয়ান হিলে আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে ছিম্পাঞ্জিৰ শৰীৰত চাৰ্চ কোভ-২ ভাইৰাছ বেজী দিয়ে৷ ছিম্পাঞ্জিৰ শৰীৰত ভাইৰাছৰ বিৰুদ্ধে এণ্টিব’ডি তৈয়াৰ কৰি এই বেজী দিয়ে৷

এই এণ্টিব’ডিক টিকা হিচাপে মানৱ দেহত দিলে চাৰ্চ কোভ-২ ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ তৈয়াৰ হ’ব বুলি অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দল নিশ্চিত৷ ইতিমধ্যে প্ৰাণী দেহত এই টিকা ব্যৱহাৰ কৰি ভাল ফল পোৱা গৈছে৷ এইবাৰ মানৱ শৰীৰত পৰীক্ষা কৰি টিকাটোৰ কাৰ্যকৰিতাৰ সম্পৰ্কে নিশ্চিত হোৱা যাব৷ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ChAdOx1 nCoV-19 ভেকছিনৰ সফলতা পাব বুলি অতি আশাবাদী৷

Tags: Featured
Share4Tweet3Send

Related Posts

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

by News Desk
June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

by News Desk
June 19, 2026
50
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

by Staff Reporter
June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT