ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত

News Desk by News Desk
November 6, 2026
Reading Time: 1 min read
A A
0
Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত

RELATED POSTS

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

Amit Shah I বিতৰ্ক বিচাৰে যদি সংসদলৈ আহক, বিশেষ অধিৱেশন আহ্বান কৰিবলৈ সাজু: ৰাহুল গান্ধীক প্ৰত্যাহ্বান অমিত শ্বাহৰ

Supreme Court of India I গ্ৰেপ্তাৰৰ ২৪ ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰিব লাগিব, অন্যথা মুক্তি; উচ্চতম ন্যায়ালয়

New Logo Smal 1 | ASSAM TIMES POST

বিহাৰৰ পাটনাত আৰক্ষীৰ সৈতে ‘এনকাউণ্টাৰ’ত (Bihar Encounter) নিহত হত্যাকাণ্ডৰ তিনি অভিযুক্ত। শুকুৰবাৰে পুৱা এই ঘটনাত আৰক্ষী আৰু তিনিওজন অভিযুক্তই কেইবা মিনিট ধৰি গুলীচালনা কৰে। মুঠ ৪২ ৰাউণ্ড গুলীচালনা কৰা হয়। আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে গুলীয়াগুলী বন্ধ হোৱাৰ পিছত তিনিওজন অভিযুক্তক আহত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। তাত চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। বিহাৰৰ পাটনা জিলাৰ গংগাৰ পাৰৰ শ্বেৰপুৰত সংঘটিত হয় এই ‘এনকাউণ্টাৰ’ কাণ্ড। উক্ত এলেকাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰজনীশ কুমাৰো আহত হয়। তেওঁৰ বাওঁহাতত গুলী লাগে।

Bihar encounter I
এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত:

পাটনা আৰক্ষীৰ অন্যতম শীৰ্ষ বিষয়া কাৰ্তিক কুমাৰ শৰ্মাই কয় যে শ্বেৰপুৰত একাংশ অসামাজিক উপাদানে বিশৃংখলতা সৃষ্টি কৰাৰ পৰিকল্পনা কৰা বুলি তথ্য লাভ কৰি বিশেষ টাস্ক ফ’ৰ্চে অপৰাধৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। তেওঁলোকৰ সৈতে পাটনা আৰক্ষীৰ এটা দল উপস্থিত থাকে। আৰক্ষীৰ দলটোৱে শ্বেৰপুৰ অঞ্চলৰ এটা নিৰ্দিষ্ট স্থান পোৱাৰ লগে লগে অভিযুক্তই গুলীচালনা আৰম্ভ কৰে। আহত হয় মানে থানাৰ এজন আৰক্ষী। ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে। আৰক্ষীৰ সূত্ৰই দাবী কৰা মতে, তিনিওজন অভিযুক্ত গুৰুতৰভাৱে আহত হোৱাৰ পিছতহে গুলীয়াগুলী বন্ধ হয়। ইয়াৰ পিছত তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু আটাইকেইজনকে চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

পাটনা আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ পৰা দুটা পিষ্টল, এটা দেশত নিৰ্মিত বন্দুক আৰু কেইবাটাও খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে। শুকুৰবাৰে পুৱা ঘটনা সন্দৰ্ভত পাটনা আৰক্ষী বিষয়াগৰাকীয়ে কয়, “আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰাৰ পিছত কেইবাজনো লোক আহত হয়। গুলীয়াগুলী বন্ধ হোৱাৰ পিছত আৰক্ষীয়ে আগবাঢ়ি গৈ তিনিজন আঘাতপ্ৰাপ্ত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। পিছত চিকিৎসালয়ত তেওঁলোকক মৃত ঘোষণা কৰে।পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’গ্ৰাফী কৰা হ’ব।” আৰক্ষীয়ে লগতে কয় যে গুলীয়াগুলীৰ সময়ত অভিযুক্তই ২৪ জাঁইতকৈ অধিক গুলীচালনা কৰে। আনহাতে, আৰক্ষীয়ে ১৮ জাঁই গুলীচালনা কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তিনিওজন অভিযুক্ত হত্যাৰ গোচৰত জড়িত। দুৰ্গাষ্টমীৰ দিনা সংঘটিত হয় এই হত্যাকাণ্ড। সেই হত্যাকাণ্ডৰ তদন্তত আৰক্ষীয়ে তিনিওজনক বিচাৰি আছিল। ইয়াৰ বাহিৰেও দানাপুৰ আৰু শ্বাহপুৰ অঞ্চলত তিনিওজনৰ বিৰুদ্ধে কেইবাটাও গোচৰ আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এইবাৰ বিহাৰতএজনদুজন নহয় তিনিজনক এনকাউণ্টাৰ
Share4Tweet3Send

Related Posts

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ
National-International

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

by News Desk
November 6, 2026
50
Union Minister Amit Shah Reaffirms Government’s Dedication to Mizoram’s Progress at Assam Rifles HQ Relocation Ceremony
National-International

Amit Shah I বিতৰ্ক বিচাৰে যদি সংসদলৈ আহক, বিশেষ অধিৱেশন আহ্বান কৰিবলৈ সাজু: ৰাহুল গান্ধীক প্ৰত্যাহ্বান অমিত শ্বাহৰ

by News Desk
November 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I গ্ৰেপ্তাৰৰ ২৪ ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰিব লাগিব, অন্যথা মুক্তি; উচ্চতম ন্যায়ালয়

by News Desk
November 5, 2026
53
ISRO : ইছৰোৰ ৰকেটত থকা উপগ্ৰহকেইটা মহাকাশত হেৰাই গ’ল নেকি, ভুল ক’ত হ’ল?
National-International

ISRO I ইছৰোৱে নিজৰ গন্তব্যস্থানত স্থাপন কৰিলে দিকনিৰ্ণায়ক উপগ্ৰহটো, ভাৰতৰ নিজা ‘জিপিএছ’ অধিক সঠিক হ’ব

by News Desk
November 5, 2026
50
US midterms election I মধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰামৰ দল, কংগ্ৰেছৰ কৰ্তৃত্ব হেৰুৱাই ট্ৰাম্পে দেখুৱাইছে নিজৰ ‘ভেটো’ কাৰ্ড
National-International

US midterms election I মধ্যকালীন নিৰ্বাচনত ধৰাশায়ী ট্ৰামৰ দল, কংগ্ৰেছৰ কৰ্তৃত্ব হেৰুৱাই ট্ৰাম্পে দেখুৱাইছে নিজৰ ‘ভেটো’ কাৰ্ড

by News Desk
November 5, 2026
50
US India relations I ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ
National-International

US India relations I ইৰাণৰ তেল টেংকাৰক অবৈধভাৱে ক্লিয়াৰেন্স দিয়াৰ অপৰাধত চাৰি ভাৰতীয়, দুটা কোম্পানীক নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

by News Desk
November 5, 2026
50
ADVERTISEMENT
Dibrugarh Oil farm blast I ডিব্ৰুগড়ৰ টেঙাখাতত এইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণত এজনৰ মৃত্যু
Assam

Dibrugarh Oil farm blast I ডিব্ৰুগড়ৰ টেঙাখাতত এইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণত এজনৰ মৃত্যু

November 6, 2026
50
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence I দিল্লীত উদ্ধাৰ মণিপুৰী উগ্ৰপন্থীৰ শিবিৰ, আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ নিষিদ্ধ সংগঠনৰ নেতা

November 6, 2026
50
Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত
National-International

Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত

November 6, 2026
50
SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ
National-International

SIR row I এছআইআৰ গোচৰৰ অভিযুক্ত সীমা খান্নাৰ ক্ষমতা কৰ্তন নিৰ্বাচন আয়োগৰ

November 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dibrugarh Oil farm blast I ডিব্ৰুগড়ৰ টেঙাখাতত এইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণত এজনৰ মৃত্যু

Dibrugarh Oil farm blast I ডিব্ৰুগড়ৰ টেঙাখাতত এইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণত এজনৰ মৃত্যু

November 6, 2026
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

Manipur violence I দিল্লীত উদ্ধাৰ মণিপুৰী উগ্ৰপন্থীৰ শিবিৰ, আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ নিষিদ্ধ সংগঠনৰ নেতা

November 6, 2026
Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত

Bihar encounter I এজন, দুজন নহয় তিনিজনক এনকাউণ্টাৰ; এইবাৰ বিহাৰত

November 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d