ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

নিউজ ডেস্কঃ

News Desk by News Desk
September 29, 2026
Reading Time: 1 min read
A A
0
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

RELATED POSTS

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

New Logo Smal 2 | ASSAM TIMES POST

অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত (Indo-Myanmar border) নিৰাপত্তা বাহিনীয়ে টহল দি থকা অৱস্থাত হঠাতে এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই আক্ৰমণত নিহত হৈছে এজন অসম ৰাইফলছৰ জোৱান। ইতিমধ্যে অসম ৰাইফলছে এই মৃত্যুৰ ঘটনাৰ কথা উল্লেখ কৰি ছ’চিয়েল মিডিয়াত এক শোকবাৰ্তা প্ৰকাশ কৰিছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ৬.৩০ বজাত এই আক্ৰমণ সংঘটিত হয়। সেই সময়ত ২১ অসম ৰাইফলছৰ জোৱানসকলে সীমান্তত কাম চলি থকা এলেকা এটাত টহল দি আছিল। সেই সময়তে হোৱা অতৰ্কিত আক্ৰমণত মৃত্যু হয় অসম ৰাইফলছৰ জোৱানজনৰ। তেওঁৰ নাম জাংকোকাই কুকি (৪২) বুলি জানিব পৰা গৈছে । আনহাতে, আন কেইবাজনো জোৱান আহত হয়। আহত জোৱানকেইজন সামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ap | ASSAM TIMES POST
অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

কিন্তু হঠাৎ কোনে আৰু কিয় এই আক্ৰমণ সংঘটিত কৰিলে সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য লাভ কৰা হোৱা নাই। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, প্ৰথম অৱস্থাত এনএছচিন-কে-ৱাইএন (NSCN K-YA) গোটৰ বিদ্ৰোহীয়ে এই আক্ৰমণ চলোৱা বুলি ধাৰণা কৰা হৈছে। ম্যানমাৰ সীমান্ত অঞ্চলতো বিদ্ৰোহী গোটটোৰ ঘাটি আছে। নিশ্চিত তথ্যৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য যে উক্ত বিশেষ অঞ্চলটোত সক্ৰিয় বিদ্ৰোহী সংগঠনৰ গতিবিধি আৰু চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলৰ স্পৰ্শকাতৰ পৰিস্থিতি একাধিক পক্ষই নিৰীক্ষণ কৰি আছে। ইয়াৰ মাজতে এই আক্ৰমণ সংঘটিত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ArunachalAmbushAssamRifles
Share4Tweet3Send

Related Posts

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

by News Desk
October 20, 2026
51
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

by News Desk
October 2, 2026
51
ADVERTISEMENT
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d