ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
September 23, 2026
Reading Time: 1 min read
A A
0
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

RELATED POSTS

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

New Logo Smal 1 | ASSAM TIMES POST

নগাওঁৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি। কাৰণ মানুহে নৰেন্দ্ৰ মোডীক ভাল পায়। সমগ্ৰ বিশ্বই ভাল পায় নৰেন্দ্ৰ মোডীক। হিমন্ত বিশ্ব শৰ্মাইও তেনেকুৱাই। “বিজেপিয়ে প্ৰতিটো জাতি আৰু সম্প্ৰদায়ৰ সৈতে উন্নয়নৰ পথ বাছি লৈছে, গতিকে মুছলমান ভোটো বিজেপিৰ সপক্ষে আহিব।” আজি ডিফুত এক যোগদান কাৰ্যসূচীত উপস্থিত থকা কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙে এই মন্তব্য কৰে। সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি তেওঁ অৱগত কৰে যে তেওঁ নিজেও ২৫ ছেপ্টেম্বৰৰ পৰা নগাঁৱৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত যোগদান কৰিব।

আজিৰ যোগদান কাৰ্যসূচীৰ সন্দৰ্ভত মুখ্য কাৰ্যবাহী ৰংহাঙে কয় যে যোৱা লোকসভা নিৰ্বাচনৰ পৰা বিধানসভা নিৰ্বাচনলৈকে বিৰোধী দলৰ বিশেষকৈ এপি এইচ এল চি আৰু কংগ্ৰেছৰ ১ লাখ ৩৯ হাজাৰ সদস্য আৰু সমৰ্থকে বিজেপি দলত যোগদান কৰিছে। এই যোগদান কাৰ্যসূচী এতিয়াও অব্যাহত আছে।

diphu 1 | ASSAM TIMES POST
নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

মুখ্যমন্ত্রীৰ সকলোকে লগত লৈ উন্নয়নৰ পথত আগুৱাই যোৱা নীতি আৰু নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি পূৰণৰ প্রক্রিয়াৰ বাবেহে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰি উদাহৰণ হিচাপে তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে আমি ২৪৪ (ক) অনুচ্ছেদৰ অধীনত সংসদত স্বায়ত্তশাসিত ৰাজ্যৰ বিষয়টো উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ।

ইতিমধ্যে সাংসদ অমৰ সিং তিছ’ই সংসদত এই বিষয়টো উত্থাপন কৰিছে। আমি বিধানসভাতো বিষয়টো উত্থাপন কৰিছো। বিৰোধী দলৰ পৰা আমাৰ প্ৰতি আকৰ্ষিত হৈছে এই প্ৰতিশ্ৰুতি পূৰণৰ বাবে, আমাৰ দায়বদ্ধতাৰ বাবে। কালি মুখ্যমন্ত্রীৰ উপস্থিতিত ১৫৬১ জন লোকে বিজেপিত যোগদান কৰাৰ পাছত আজি সৰুপথাৰ, হামৰেণ আৰু দুৱাৰ বাগৰিৰ ১২০০ৰো অধিক লোকে বিজেপিত যোগদান কৰিছে। পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বোকাজান পরিষদীয় সমষ্টিত ৩০ হাজাৰ এ পি এইচ এল চি-কংগ্ৰেছৰ সদস্য-সমৰ্থকে বিজেপিত যোগদান কৰিব বুলিও দাবী কৰে মুখ্য কার্যবাহী ৰংহাঙে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

by News Desk
October 7, 2026
52
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

by News Desk
October 5, 2026
58
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

by News Desk
October 4, 2026
63
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

by News Desk
October 2, 2026
54
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
59
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
58
ADVERTISEMENT
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ
National-International

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026
50
Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা
National-International

Priyanka Gandhi : প্ৰিয়ংকা-পুত্ৰৰ চিত্ৰ প্ৰদৰ্শনীত দিল্লীৰ ছাত্ৰ-যুৱৰ প্ৰতিবাদৰ ফটো প্ৰদৰ্শনত বাধা

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

Amit Shah : অনুপ্ৰৱেশকাৰীক ভোটাধিকাৰ দিব বিচৰা কংগ্ৰেছ ৩০ বছৰ পাছতো ক্ষমতালৈ আহিব নোৱাৰে, অমিত শ্বাহ

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d