ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

নিউজ ডেস্কঃ

News Desk by News Desk
September 21, 2026
Reading Time: 1 min read
A A
0
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

RELATED POSTS

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

New Logo Smal 1 | ASSAM TIMES POST

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ডিফুত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয়বাৰ ৰাজ্যৰ মুখমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে পার্বত্য জিলাখনৰ সদৰ ডিফুত উপস্থিত হোৱা মখ্যমন্ত্ৰীক বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়। বিয়লি ৪.৩০ বজাত ডিফুৰ তাৰালাংছ’ত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পিছত হেলিপেডৰ পৰা তাৰালাংছ’স্থিত কাজিৰ ৰংহাংপী অতিথিশালা পৰ্যন্ত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে পুষ্পবৃষ্টি কৰি তেওঁক আদৰি নিয়ে। ইয়াৰ পিছত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বৰ সৈতে মুখ্যমন্ত্ৰী আলোচনাত বহে।

cm1 | ASSAM TIMES POST
ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

আনহাতে, আজি নিশা কাজিৰ ৰংহাংপী অতিথিশালাত নিশাটো কটোৱাৰ পিছত কাইলৈ পুৱা ৯ বজাৰ পৰা ১০ বজালৈ মুখ্যমন্ত্রীয়ে বিভিন্ন দল-সংগঠন আৰু দলীয় কর্মীসকলৰ সৈতে আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত স্থানীয় সাংবাদিকসলৰ সৈতে বার্তালাপ কৰি পুৱা ১০.৪৫ বজাত গুৱাহাটীলৈ ৰাওনা হ’ব। ইফালে আজি মুখ্যমন্ত্রীৰ ডিফু আগমনৰ সময়ত তেওঁক স্বাগতম জনায় কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাং, পার্বত্য জিলাখনৰ অন্যান্য বিধায়কসকল, স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য আৰু দলৰ শীর্ষ নেতৃত্বই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CMHimantaBiswaSarma
Share5Tweet3Send

Related Posts

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

by News Desk
October 7, 2026
52
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

by News Desk
October 5, 2026
58
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

by News Desk
October 4, 2026
63
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

by News Desk
October 2, 2026
54
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
59
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
58
ADVERTISEMENT
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
50
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২
National-International

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
50
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
NORTHEAST

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

October 22, 2026
Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

Saudi airport attack : চৌদি আৰৱৰ বিমানবন্দৰত পুনৰ আক্ৰমণ, এজন ভাৰতীয়কে ধৰি নিহত ২

October 22, 2026
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

4 Dead, 23 Injured in Tripura Road Accidents During Durga Puja

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d