ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 6, 2026
Reading Time: 1 min read
A A
0
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

RELATED POSTS

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

New Logo Smal | ASSAM TIMES POST

বৃহস্পতিবাৰে ডিফুৰ ছাৰচিং টেৰণ (লাংকুং হাবে) সোঁৱৰণি টাউন হলত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি (Nijut Moina scheme) আৰু নিযুত বাবু আঁচনিৰ (Nijut Babu scheme) বাবে আবেদন-পত্ৰ বিতৰণ (Application form distribution) অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ডঃ তুলিৰাম ৰংহাং।

ছাত্র-ছাত্রীসকলৰ মাজত এই আঁচনিৰ আবেদন-পত্র প্ৰদান বিতৰণ কৰি তুলিৰাম ৰংহাঙে (Dr. Tuliram Ronghang) কয় যে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে।

diphu | ASSAM TIMES POST
ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। এই আঁচনি শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক সহায়ৰ লগতে বিদ্যালয়-মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। এই আবেদন-পত্ৰ বিতৰণ অনুষ্ঠানত বিভিন্ন বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষা বিভাগৰ বিষয়ববীয়া প্ৰমুখ্যে বিভিন্ন ব্যক্তিসকল উপস্থিত থাকে।

এই অনুষ্ঠানৰ পিছত ডিফুৰ তাৰালাংছ’স্থিত ছেৰতালিন প্ৰেক্ষাগৃহত ৰংখাং বিধানসভা সমষ্টিৰ অধীনস্থ শিক্ষা, স্বাস্থ্য, কৰ্ম সংস্থাপন আৰু সীমা সমস্যা আদি বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে মুখমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত ৰংখাং বিধানসভা সমষ্টিৰ ছাত্ৰ-ছাত্ৰী তথা অন্যান্য হিতাধিকাৰীৰ মাজত আর্থিক সাহায্যৰ চেক বিতৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
Share4Tweet3Send

Related Posts

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
52
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
58
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
ADVERTISEMENT
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
50
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d