ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
July 31, 2026
Reading Time: 1 min read
A A
0
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

RELATED POSTS

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

New Logo Smal 3 | ASSAM TIMES POST

দেশত প্ৰথমবাৰৰ বাবে ২০২৭ চনত ডিজিটেল মাধ্যমত আৰম্ভ হ’ব লোকপিয়ল (Census)। ইয়াৰ অংশ হিচাপে অহা ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ কাৰ্বি আংলং (Karbi Anglong) জিলাতো আৰম্ভ হ’ব স্ব-গণনা প্ৰক্ৰিয়া (Self-counting process)। এই সন্দৰ্ভত জিলা আয়ুক্ত আৰণ্যক শইকীয়াই শুকুৰবাৰে ডিফুত এক সংবাদমেল আয়োজন কৰি ইয়াৰ প্ৰক্ৰিয়া আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কে সাংবাদিকসকলক অবগত কৰে।

জিলা আয়ুক্তই জনোৱা অনুসৰি, স্ব-গণনা প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত কোনো নাগৰিকে Googleৰ পৰা SE.SENSUS.gov.in পৰ্টেল ডাউনলোড কৰিব লাগিব। এই পৰ্টেলত ঘৰৰ মুৰব্বীগৰাকীয়ে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰৰ সদস্যসকলৰ তথ্যসমূহ শুদ্ধকৈ পূৰণ কৰিব লাগিব। ইয়াৰ পিছত ঘৰৰ মুৰব্বীগৰাকীক এটা ID দিয়া হ’ব আৰু এই IDটো পৰবৰ্তী সময়ত ঘৰৰ নম্বৰ দিয়াৰ সময়ত প্ৰয়োজন হ’ব।

dc1 1 | ASSAM TIMES POST
লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

আনহাতে, অহা ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ জিলাখনত গণনাকাৰীসকল ঘৰে ঘৰে গৈ উপস্থিত হ’ব বুলি তেওঁ উল্লেখ কৰে।

আনহাতে, লোকপিয়লৰ কাম সফলতাৰে পৰিচালনাৰ বাবে জিলাখনত মুঠ ১৯ টা চাৰ্জ কাৰ্য্যালয় স্থাপন কৰা হৈছে। ইয়াৰে ভিতৰত নাগৰিকৰ সুবিধাৰ বাবে গ্ৰামীণ আৰু নগৰীয়া চাৰ্জ কাৰ্য্যালয়ৰ ব্যৱস্থা কৰা হৈছে। ইফালে গণনা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে জিলাখনত ১,৭১২ গৰাকী গণনাকাৰী আৰু ২৮৩ গৰাকী তত্ত্বাৱধায়ক নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰি জিলাখনত নিৰাপত্তা বাহিনীৰ বাবে ৪ টা চাৰ্জ কাৰ্য্যালয়ৰ ব্যৱস্থা কৰা বুলিও জিলা আয়ুক্তই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে স্ব-গণনাৰ সময়ত কোনোধৰণৰ কাকত আপলোড কৰিব নালাগে বুলি আয়ুক্তগৰাকীয়ে উল্লেখ কৰাৰ লগতে স্বচ্ছ, সঠিক আৰু নিৰ্ভুল লোকপিয়ল সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলো নাগৰিকক আন্তৰিকতাৰে গণনা প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Census2027
Share4Tweet3Send

Related Posts

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

by News Desk
August 20, 2026
76
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

by News Desk
August 19, 2026
55
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

by News Desk
August 19, 2026
78
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

by News Desk
August 14, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

by News Desk
August 7, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

by News Desk
August 6, 2026
51
ADVERTISEMENT
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
50
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
50
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d