ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
June 18, 2026
Reading Time: 1 min read
A A
0
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Fifa World Cup : ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক, অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত (Modi’s leadership) কেন্দ্ৰৰ এনডিএ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ (12 years complete) হোৱা উপলক্ষে কাৰ্বি আংলং জিলাৰ ডিফু (Diphu)ৰ ছাৰচিং তেৰন (লাংকুং হাবে) টাউন হলত এক জন কল্যাণ শিবিৰৰ আয়োজন (Organizing a public welfare camp) কৰা হয়। “মোদী চৰকাৰৰ বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ” সফলতাৰে পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ অংশ স্বৰূপে এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বন্দে মাতৰম পৰিবেশন আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই জন কল্যাণ শিবিৰত কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

Modi1 1 | ASSAM TIMES POST
মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

অনুষ্ঠানত উপস্থিত থাকি তুলিৰাহ ৰংহাঙে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ ১২ বছৰীয়া শাসনকালত পাহাৰীয়া জিলাখনতো বিভিন্ন জনকল্যাণমূলক আঁচনিৰ ৰূপায়ণৰ জৰিয়তে আন্তঃগাঁথনিৰ উন্নত হোৱা বুলি উল্লেখ কৰি চৰকাৰৰ বিভিন্ন জন কল্যাণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে।

তেওঁ উন্নয়নৰ খতিয়ান দাঙি ধৰি কয় যে প্ৰধানমন্ত্ৰী মোদীৰ আমোলত ডিফুত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে ছিন্থেটিক ট্ৰেকযুক্ত ষ্টেডিয়াম নিৰ্মাণৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জিলাখনৰ ৬টাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছে । এই ডাঙৰ উপহাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। এই জন কল্যাণ শিবিৰত ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং টিছ’, বিধায়কদ্বয় ক্রমে ডিফু সমষ্টিৰ নিছ’ তেৰাংপী আৰু ডাঃ হাবে টেৰণ, কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ অভিজিত ক্র, কাৰ্যবাহী সদস্য ৰিচাৰ্চ টকবি, জিলা আয়ুক্ত আৰণ্যক শইকীয়াই, পৰিষদৰ সদস্য জনি তিমুং, হেডছিং ৰংফাৰ আৰু লুম্বাজং উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Tags: 12yearsModigovt
Share4Tweet3Send

Related Posts

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

by News Desk
June 19, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

by News Desk
June 17, 2026
50
Fifa World Cup : ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক, অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
DIPHU

Fifa World Cup : ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক, অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by News Desk
June 8, 2026
50
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

by News Desk
June 6, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

by News Desk
June 4, 2026
50
‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা
DIPHU

‎Flood preparation : ফুলনি চাৰ্কলত বান প্ৰস্তুতি পৰ্যালোচনা

by News Desk
May 26, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx