ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

পশ্চিম কাৰ্বি আংলঙত জাল নথি পত্ৰৰ ভয়াৱহ চক্ৰ উদঘাটন

ASSAM TIMES POST by ASSAM TIMES POST
July 29, 2019
Reading Time: 1 min read
A A
0
2 Dead in Road Accident at Phulaguri

জিলা উপায়ুক্ত, আৰক্ষী বিষয়াৰ চহী জাল কৰি প্ৰস্তুত কৰা ভূৱা নথিৰে নিৰাপত্তা বাহিনীত যোগদান, আৰক্ষীৰ অভিযানত আটক দুজন

assam times post 2 | ASSAM TIMES POSTপশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত জিলা উপায়ুক্তৰ চীল-চহী জাল কৰি প্ৰস্তুত কৰা ভূৱা নথিৰে উত্তৰ প্ৰদেশৰ এজন যুৱকে নিজকে পশ্চিম কাৰ্বি আংলঙৰ বাসিন্দা হিচাপে দেখুওৱাই ‘ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচ’ত নিযুক্তি লাভ কৰা ঘটনাই জিলাখনত খলকনি তুলিছে।

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

https://youtu.be/Zrcnx8nvd_M

হামৰেণ আৰক্ষী থানাৰ বিষয়া চিৰাজ ইংতিৰ ঘটনাৰ সম্পৰ্কত মন্তব্য

নিযুক্তিৰ পিছত ৰাকেশ কুমাৰ যাদৱ নামৰ যুৱকজনৰ নথি-পত্ৰৰ ভেৰিফিকেশ্যনৰ বাবে ITBP ৰ মুখ্য কাৰ্যালয়ৰ পৰা পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ পঠিওয়াৰ পিছতেই যুৱকজনক উপায়ুক্তই প্ৰদান কৰা জিলাখনৰ অন্তৰ্গত খেৰণীৰ স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰৰ লগতে খেৰণী আৰক্ষী থানাৰ পৰা প্ৰদান কৰা ‘কেৰেক্টাৰ চাৰ্টিফিকেট’ খনো জালিয়াতিৰে প্ৰস্তুত কৰা বুলি উপায়ুক্ত কাৰ্যালয় নিশ্চিত হয়।

Untitled 2 | ASSAM TIMES POST Untitled 2 | ASSAM TIMES POST

আটক হোৱা দুই অভিযুক্ত

স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰত থকা উপায়ুক্তৰ চহী-চীল আদিৰ লগতে আৰক্ষীয়ে প্ৰদান কৰা নথিখনৰো চীল-চহী জাল বুলি প্ৰমাণ হয়। ইয়াৰ পিছতেই এগৰাকী অতিৰিক্ত দণ্ডাধীশে হামৰেণ আৰক্ষী থানাত সমগ্ৰ ঘটনা অবগত কৰি এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এই জাল নথি প্ৰস্তুত কৰা চক্ৰটোৰ লগত জড়িত জিতেন্দ্ৰ চৌহান আৰু দিপক ৰাম নামৰ দুজন যুৱকজনক খেৰণী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। ঘটনাটোৰ লগত জড়িত কেইবাজনো পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx