ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

News Desk by News Desk
May 4, 2026
Reading Time: 1 min read
A A
0
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

জালুকবাৰী সমষ্টিক (Jalukbari constituency) ষষ্ঠবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma)ই। এইবাৰৰ নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা ৮৭,৭০১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছিল কংগ্ৰেছৰ বিদিশা নেওগ। বিদিশা নেওগে ৩৭,২৯৫ টা ভোট লাভ কৰে। আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী দীপিকা দাসে ২,৫১২টা ভোট লাভ কৰে। ইয়াৰ বিপৰীতে ৩,৩৮৮টা ভোট পৰে নোটাত।

winj | ASSAM TIMES POST
ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

আনহাতে, নিশাটোৰ ভিতৰতে বিজেপিত যোগদান কৰি দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলা কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন মন্ত্রী প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi) জয়লাভ কৰে। তেওঁ ১,০৩,৩৩৬টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক ৪৯,৬৬৬ টা ভোটত পৰাস্ত কৰে। মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৫৩,৬৭০ টা ভোট। আনহাতে, বিজেপিৰ পৰা টিকট নাপাই নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা জয়ন্ত কুমাৰ দাসে লাভ কৰে ২২,৮০২টা ভোট। ইয়াৰ উপৰি আপৰ বল্লভ পাত্রই ১,৩২৩টা আৰু নিৰ্দলীয় প্ৰাৰ্থী আয়ুষ কুমাৰ সিঙে ৮১৭টা ভোট লাভ কৰে। আনহাতে, নোটাত ভোট পৰে ২,৯৪১টা।

Tags: HimantaBiswaSarma
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx