ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঝংকাৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান :১২ জনক দোষী সাব্যস্ত,দুই আৰক্ষী সহ চাৰিজনক ৰেহাই: ২৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হব শাস্তিৰ পৰিমাণ :

Staff Reporter by Staff Reporter
February 24, 2020
Reading Time: 1 min read
A A
0
Dead body of youth recovered in lock up

RELATED POSTS

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

0 1 e1574345654996 6 | ASSAM TIMES POST ASSAM TIMES POST

ডিফু : ২০১৩ চনত ডিফু চহৰত সংঘটিত হোৱা ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডকলৌ আজি ডিফুৰ জিলা সত্ৰ ন্যায়াধীশ এ আহমেদৰ আদালতে চূড়ান্ত শুনানী সম্পন্ন কৰে ৷ আজি গোছৰটোৰ চূড়ান্ত শুনানীৰ পূৰ্বেই সেই মৰ্মে, ডিফু জিলা কাৰাগাৰৰ পৰা ১৬জনকৈ অভিযুক্তক ডিফু সত্ৰ ন্যায়াধীশ এ, আহমেদৰ আদালতত হাজিৰ কৰোৱা হয় ৷

তেওঁলোক ক্ৰমে, ছাৰচিং টেৰণ, ৰবিণচন টেৰণ, সঞ্জয় ৰংফাৰ, বিক্ৰম টিচ’, ইনুচ তিমুঙ, জেনচিং টেৰণ, বিশ্বজিত হাঞ্চে, বিনিং তেৰাঙ,চাৰবংৰি টোৰাঙ, ফিলিপছন টাৰ’, দিলীপ টেৰণ, ছাৰ্থে বে’, হাবিলদাৰ হাৰুণ বৰা, হেইতেশ ৰাভা ওৰফে মাল্চ’ মঙলছিং ৰংফাৰ, আৰু এএছ আই ৰমেশ চন্দ্ৰ নাথ ৷ ন্যায়াধীশ এ, আহমেদৰ বিচাৰপীঠে দিয়া ৰায়দান অনুসৰি মুঠ ১৬ জন অভিযুক্তৰ ১২ জনক উক্ত গোছৰত দোষী সাব্যস্ত কৰে ৷ লগতে দুজন আৰক্ষী ক্ৰমে এএছ আই ৰমেশ চন্দ্ৰ নাথ, হাবিলদাৰ হাৰুণ বৰা সহ ছাৰ্থে বে’ আৰু দিলীপ টেৰণক উক্ত গোছৰৰ পৰা দোষমুক্ত কৰি ৰেহাই দিয়ে ৷

https://youtu.be/TyEk2F8Om2s

আজি ৰায়দানত ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে যদিও দোষী সকলৰ শাস্তিৰ পৰিমাণৰ ৰায় পৰৱৰ্তী শুনানী ২৮ ফেব্ৰুৱাৰীলৈ সংৰক্ষিত ৰাখিছে ৷ উল্লেখ যোগ্য যে, ২০১৩ চনৰ ২৫ জুনত সন্ধিয়া ঝংকাৰ শইকীয়া আৰু তেওঁৰ অধিবক্তা পিতৃ অট’ৰিক্সাৰে ডিফু চহৰলৈ আহি থাকোঁতে সামান্য ১০ টকাৰ ভাড়ালৈ অট’চালকৰ সৈতে বিৰ্ক হৈছিল আৰু পিছত উক্ত বিতৰ্কই ভয়াবহ ৰপপ লয় আৰু এদল উন্মত্ত লোকে ঝংকাৰ শইকাৃীয়াক গণ প্ৰহাৰ কৰি গুৰুতৰ জখম কৰে ৷

পিছত ১ জুলাইত গুৱাহাটীৰ এখন হাস্পাতালত মৃত্তুৰে যুঁজি যঁজি শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ এই সন্দৰ্ভত ঝংকাৰৰ পিতৃয়ে ডিফুত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই উক্ত গোছৰত ১৬ জনক অভিযুক্ত কৰি চাৰ্জশ্বীট দাখিল কৰে ৷ এই সন্দৰ্ভত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ গোছৰটো ক্ৰমে,ডিফু, থানা গোছৰ নং, ৯৫/১৩, জিআৰ গোছৰ নং ৪২১/২০১৩, এছছি গোছৰ নং:- ৫৯/২০১৮ বিচাৰ প্ৰক্ৰিয়া চলে ৷

অভিযুক্ত সকল আছিল ক্ৰমে, ছাৰছিং টোৰণ, ৰবিনচন টেৰণ, সঞ্জয় ৰংফাৰ, বিক্ৰম টিচ’, ইনুছ তিমুঙ,জেনছিং টেৰণ,বিশ্বজিত হাঞ্চে, বিনিং তেৰাঙ, ছাৰবংৰি তেৰাঙ, ফিলিপছন তাৰ’, দিলীপ টেৰণ,ছাৰ্থে বে’, হাবিলদাৰ হাৰুণ বৰা, হেইতেশ ৰাভা ওৰফে মাল্ট’, মঙলছিং ৰংফাৰ, এএছ আই ৰমেশ চন্দ্ৰ নাথ ৷ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা১৪৭, ৩২৩, ৩৪১, ৩০৭, ৩০২১০৯ আৰু ১৪৯ গোছৰ চলিছল যদিও ১৪৯/৩৫১/৩২৩/ ১৩০ আৰু আৰডব্লিউ ধাৰা ১৯৯ ত ১২ জন আচামীক দোষী সাব্যস্ত কৰা হয় ৷

গোচৰীয়া পক্ষৰ হৈ উকালতি কৰিছিল বিশেষ লোক অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱাল দত্ত, আৰু ডিফু আদালতৰ লোক অধিবক্তা ডি কে ডেকাই ৷ আনহাতে আচামী পক্ষৰ হৈ উকালতি কৰিছিল ৷আচামী পক্ষ উকিল ক্ৰমে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মানস শৰণীয়া, ছাৰলংকি ইংতি, আৰ্কই ইংতি কাথাৰে ৷এইলৈ ডিফু আদালত চৌহদৰ পৰা ডিফু চহৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় ৷ ২৮ ফেব্ৰুৱাৰীত চূড়ান্ত শাস্তিৰ পৰিমাংণ ঘোষণা হলেহে সুদীৰ্ঘ ৭ বছৰ অন্তত ন্যায় পাব ঝংকাৰৰ আত্মাই ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assamDiphuMurder Case
Share14Tweet9Send

Related Posts

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 21, 2026
50
Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল
Assam

Road accident : লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, ঠিতাতে নিহত কনিষ্ঠবল

by News Desk
October 21, 2026
50
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

by News Desk
October 19, 2026
51
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
50
ADVERTISEMENT
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ
Entertrainment

Tiger Shroff attacak case : টাইগাৰ শ্ৰফক আক্ৰমণৰ ঘটনাত দুগৰাকী মহিলাকে ধৰি আৰু চাৰিজনক গ্ৰেপ্তাৰ

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d