ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

IndiGo : মাজ আকাশত ইঞ্জিন বিকল ইণ্ডিগ’ৰ বিমান, ১৬১ যাত্ৰীৰে দিল্লীত অৱতৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
March 28, 2026
Reading Time: 1 min read
A A
0
IndiGo : মাজ আকাশত ইঞ্জিন বিকল ইণ্ডিগ’ৰ বিমান, ১৬১ যাত্ৰীৰে দিল্লীত অৱতৰণ

RELATED POSTS

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

New Logo Smal 3 | ASSAM TIMES POST

ইণ্ডিগ’ৰ (IndiGo) এখন বিমানৰ ইঞ্জিন মাজ আকাশত বিকল হৈ পৰাত দিল্লী বিমানবন্দৰ (Delhi airport)ত জৰুৰীকালীন অৱতৰণ (Emergency landing) কৰিবলৈ বাধ্য হয়। ইণ্ডিগ’ বিমানখনৰ পাইলটে যান্ত্ৰিক বিজুতি ধৰা পৰাৰ পিছত জৰুৰীকালীন অৱতৰণৰ অনুমতি বিচাৰে। এই বাৰ্তা লাভ কৰাৰ লগে লগে দিল্লী বিমানবন্দৰত সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। বিমানখন অৱতৰণ কৰাৰ পূৰ্বে সকলো ব্যৱস্থা কৰা হয়।

অৱশ্যে পাইলটে নিৰাপদে বিমানখন অৱতৰণ কৰে। জানিব পৰা মতে, শনিবাৰে পুৱা ইণ্ডিগ’ বিমানখনে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা ১৬১ জন যাত্ৰী লৈ উৰা মাৰিছিল। পুৱা ১০.৫৩ বজাত দিল্লীত অৱতৰণ কৰাৰ কথা আছিল। সূত্ৰ অনুসৰি, বিমানখনৰ ইঞ্জিনত দিল্লীত অৱতৰণ কৰাৰ পূৰ্বে এটা সমস্যাৰ সৃষ্টি হয়। লগে লগে পাইলটজনে দিল্লী এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ (এটিচি) সৈতে যোগাযোগ কৰে। বিমানবন্দৰৰ ২৮ নং ৰাণৱেত হাই এলাৰ্ট জাৰি কৰা হয়। বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

indigo1 | ASSAM TIMES POST
মাজ আকাশত ইঞ্জিন বিকল ইণ্ডিগ’ৰ বিমান, ১৬১ যাত্ৰীৰে দিল্লীত অৱতৰণ

অগ্নিনিৰ্বাপক বাহিনীৰ পৰা আৰম্ভ কৰি সকলো নিৰাপত্তা ব্যৱস্থা প্ৰস্তুত কৰে বিমানবন্দৰ কৰ্তৃপক্ষই। অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স সকলো সাজু কৰি ৰখা হয় যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’লে তৎক্ষণাত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়। প্ৰথম অৱস্থাত জানিব পৰা মতে, বিমানখন নিৰাপদে অৱতৰণ কৰাৰ পিছত সকলো যাত্ৰীক তাৰ পৰা উলিয়াই অনা হয়। বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে যে তেওঁলোক সকলো সুৰক্ষিত। বিমান সংস্থাৰ সূত্ৰ অনুসৰি, বিমানখনত হোৱা সমস্যাৰ তদন্ত চলি আছে।

উল্লেখ্য যে যোৱা মাহতো স্পাইচজেটৰ এখন বিমান দিল্লী বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি অৱতৰণ কৰিবলৈ বাধ্য হৈছিল। দিল্লীৰ পৰা লেহলৈ গৈ আছিল বিমানখন। কিন্তু উৰণৰ কিছু সময়ৰ পাছতে বিমানখনৰ ইঞ্জিনত বিঘিনি ধৰা পৰে। লগে লগে বিমানখন ঘূৰাই আনি পুনৰ দিল্লী বিমানবন্দৰত অৱতৰণ কৰে। বিমানখনত ১৫০ জন যাত্ৰী আছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Indigo
Share4Tweet3Send

Related Posts

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
52
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
52
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
58
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
57
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
51
ADVERTISEMENT
Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal
Assam

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

August 27, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
50
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
53
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

Tinsukia Gang-Rape : Young Woman, Accused Held from Arunachal

August 27, 2026
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২

August 27, 2026
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d