ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Indian Economy : চলিত বিত্তীয় বৰ্ষৰ তুলনাত ভাৰতৰ জিডিপি বিকাশৰ হাৰ বৃদ্ধি পাইছে, লোকসভাত নিৰ্মলা সীতাৰমণ

নিউজ ডেস্কঃ

News Desk by News Desk
January 29, 2026
Reading Time: 1 min read
A A
0
Indian Economy : চলিত বিত্তীয় বৰ্ষৰ তুলনাত ভাৰতৰ জিডিপি বিকাশৰ হাৰ বৃদ্ধি পাইছে, লোকসভাত নিৰ্মলা সীতাৰমণ

RELATED POSTS

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

New Logo Very Smal 2 | ASSAM TIMES POST

চলিত বিত্তীয় বৰ্ষৰ (২০২৫-২৬) তুলনাত ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি (GDP, gross domestic product) বিকাশৰ হাৰ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে বিয়লি লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) ‘অৰ্থনৈতিক জৰীপ ২০২৫-২৬’ (Economic Survey 2025-26) প্ৰতিবেদন দাখিল (Report Submission) কৰে। অৰ্থনৈতিক সমীক্ষাত পূৰ্বানুমান কৰা হৈছে যে ২০২৬-২৭ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ ৬.৮ শতাংশৰ পৰা ৭.২ শতাংশ হ’ব পাৰে।

যোৱা বছৰৰ সমীক্ষাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে জিডিপি বিকাশৰ হাৰ ৬.৩ৰ পৰা ৬.৮ শতাংশ হোৱাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। সমীক্ষাটোৱে ইংগিত দিয়ে যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰিঘটনাই বাণিজ্যত প্ৰভাৱ পেলোৱাৰ পিছতো ভাৰতত বৃদ্ধিৰ হাৰে মূৰ দাঙি উঠিছে। এই সন্দৰ্ভত সমীক্ষাত পৰিৱেশৰ বিপদৰ পৰা হাত সাৰি দেশৰ অৰ্থনীতি অটল কৰি ৰাখিবলৈ গঠনমূলক সংস্কাৰৰ পৰামৰ্শ দিয়া হৈছে। অধ্যয়নটোত এইটোও কোৱা হৈছে যে যদিহে কৃত্ৰিম বুদ্ধিমত্তাই আশা কৰা ধৰণে উৎপাদনশীলতা বজাই ৰাখিব নোৱাৰে তেন্তে অৰ্থনীতিৰ ওপৰত বোজা জাপি দিব পাৰে।

eco.jpg1 | ASSAM TIMES POST
চলিত বিত্তীয় বৰ্ষৰ তুলনাত ভাৰতৰ জিডিপি বিকাশৰ হাৰ বৃদ্ধি পাইছে, লোকসভাত নিৰ্মলা সীতাৰমণ

ৰাছিয়াৰ পৰা তেল আমদানি অব্যাহত ৰখাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ (মুঠ ৫০ শতাংশ) শুল্ক আৰোপ কৰিছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত সেই বৃহৎ শুল্ক আৰোপ কৰাৰ পিছত বহু জৰীপ সংস্থাই ইংগিত দিছিল যে ভাৰতৰ জিডিপি বিকাশৰ হাৰ লেহেমীয়া হ’ব পাৰে। অৱশ্যে গাঁথনিগত সংস্কাৰৰ বাবে ভাৰতীয় অৰ্থনীতিয়ে এই ‘পেৰিফেৰেল ৰিস্ক’ৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে।

সমীক্ষাটোত লগতে কোৱা হৈছে যে অহা বিত্তীয় বৰ্ষত ভাৰতত মুদ্ৰাস্ফীতি ক্ৰমান্বয়ে বৃদ্ধি পাব। অৱশ্যে ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা সীমাৰ ভিতৰত থাকিব বুলি কোৱা হৈছে। আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ পাছতো ভাৰতে খাৰুৱা তেল আৰু খাদ্য সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: indianeconomy
Share4Tweet3Send

Related Posts

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

by News Desk
June 27, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d