ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chhattisgarh IED blast : ছত্তীশগড়ত মাওবাদীয়ে সংৰোপণ কৰা আই ই ডি বিস্ফোৰণত আহত ১১ জোৱান

News Desk by News Desk
January 26, 2026
Reading Time: 1 min read
A A
0
Chhattisgarh IED blast : ছত্তীশগড়ত মাওবাদীয়ে সংৰোপণ কৰা আই ই ডি বিস্ফোৰণত আহত ১১ জোৱান

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

ছত্তীশগড়ৰ (Chhattisgarh) বিজাপুৰত মাওবাদীয়ে সংৰোপণ কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণত (Explosion) এঘাৰজন নিৰাপত্তাৰক্ষী আহত (Security guard injured) হয়। তেওঁলোকক বিমানযোগে ৰায়পুৰলৈ লৈ যোৱা হৈছে। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, ছটা আই ই ডি বিস্ফোৰণ ঘটিছে। দেওবাৰে সংঘটিত হোৱা বিস্ফোৰণৰ পিছত প্ৰতিকূল পৰিস্থিতিৰ বাবে আহত জোৱানসকলক উদ্ধাৰ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়।

মাওবাদীৰ উপলস্থিতিৰ তথ্য লাভ কৰি শনিবাৰে বিজাপুৰৰ উছুৰ অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে। ছত্তীশগড় আৰু তেলেংগানাৰ সীমান্তৱৰ্তী কোৰেগুটা পাহাৰৰ অৰণ্যত মাওবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে। অঞ্চলটোত মাওবাদীৰ সশস্ত্ৰ গেৰিলা বাহিনীৰ সদস্যই আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছিল। এক গোপন সূত্ৰৰ ভিত্তিত ছত্তীশগড় জিলা ৰিজাৰ্ভ গাৰ্ড আৰু চি আৰ পি এফে মাওবাদীৰ সন্ধানত যৌথ অভিযান আৰম্ভ কৰে। জংঘলত যুদ্ধৰ বিশেষজ্ঞ অৰ্ধসামৰিক ‘কোব্ৰা’ কমাণ্ডোও তাত আছিল।

cha | ASSAM TIMES POST
ছত্তীশগড়ত মাওবাদীয়ে সংৰোপণ কৰা আই ই ডি বিস্ফোৰণত আহত ১১ জোৱান

দেওবাৰেও চলে মাওবাদীৰ বিৰুদ্ধে অভিযান। জানিব পৰা মতে, সেই অভিযানৰ সময়তে মাওবাদীয়ে সংৰোপণ কৰা আই ই ডি বিস্ফোৰণত ১১ জন জোৱান আহত হয়। প্ৰথমে জানিব পৰা মতে আহতসকলৰ এজন চি আৰ পি এফৰ ‘কোব্ৰা’ বাহিনীৰ উপ-পৰিদৰ্শক। ছত্তীশগড় আৰক্ষীৰ এগৰাকী বিষয়াই কয়, “এটা দুৰ্গম অঞ্চলত বিস্ফোৰণ সংঘটিত হয়, যাৰ বাবে তেওঁলোকক সেই স্থানৰ পৰা উদ্ধাৰ কৰাত অসুবিধা হয়। অৱশ্যে আটাইকেইজনক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে ৰায়পুৰলৈ লৈ যোৱা হয়। আহত আটাইকেইজন জোৱান বৰ্তমান বিপদৰ বাহিৰত। তেওঁলোকৰ অৱস্থা সুস্থিৰ আৰু আটাইকেইজন সচেতন অৱস্থাত আছে।”

অৱশ্যে এই বিস্ফোৰণ দেওবাৰে কেতিয়া হৈছিল আৰু কেতিয়া উদ্ধাৰ কৰা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সূত্ৰৰ পৰা জানিব পৰা মতে, তিনিজন জোৱানে ভৰিত আঘাত পাইছে। আন তিনিজন জোৱানে চকুত আঘাত পাইছে।

উল্লেখ্য যে দুদিন পূৰ্বে ছত্তীশগড়ৰ বিজাপুৰৰ আন এটা অঞ্চলত মাওবাদীয়ে লুকুৱাই ৰখা বিস্ফোৰক উদ্ধাৰ কৰিছিল নিৰাপত্তা বাহিনীয়ে। জংঘলৰ পৰা উদ্ধাৰ হয় ১৬টা আই ই ডি, ৭৮ডাল জেলেটিন ষ্টিক, এক কিলোগ্ৰাম বন্দুকৰ গুড়ি আৰু ৪টা বেটাৰী। ইয়াৰ উপৰি কেইবাটাও বেটাৰী আৰু ৱাকি-টকিও উদ্ধাৰ কৰা হৈছে।

Tags: Chhattisgarh
Share4Tweet3Send

Related Posts

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

by Staff Reporter
June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

by News Desk
June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

by News Desk
June 18, 2026
50
ADVERTISEMENT
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

June 19, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

June 19, 2026
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

June 19, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx