ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Google maps I গুগল মেপ অনুসৰণ কৰি খাৱৈত পৰিল মহিলা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 26, 2025
Reading Time: 1 min read
A A
0
Google maps I গুগল মেপ অনুসৰণ কৰি খাৱৈত পৰিল মহিলা

Oplus_0

RELATED POSTS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

Golaghat Police seized illegal weapons in Nagaland

New Logo Smal 1 | ASSAM TIMES POST

অচিনাকি পথত গুগল মেপৰ ওপৰত নিৰ্ভৰ কৰিছিল গাড়ীৰ চালকে। কিন্তু গুগল মেপৰ (Google Map) নিৰ্দেশনা পালন কৰি বিপদত পৰে এগৰাকী মহিলা চালক।

Google maps I
গুগল মেপ অনুসৰণ কৰি খাৱৈত পৰিল মহিলা:

এইবাৰ এই ঘটনা সংঘটিত হৈছে নৱী মুম্বাইত। শুকুৰবাৰে পুৱা তেওঁৰ গাড়ীখন পোনে পোনে গৈ খাৱৈত সোমায়। ঘটনাটো উপকূল ৰক্ষী বাহিনীৰ দৃষ্টিগোচৰ হোৱাত ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। গাড়ীখনো ক্ৰেনেৰে খাৱৈৰ পৰা উলিয়াই অনা হয়। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

মহিলাগৰাকীয়ে কয় যে তেওঁ মহাৰাষ্ট্ৰৰ বেলাপুৰৰ পৰা উলৱেলৈ গৈ আছিল। তেওঁ গুগল মেপ ব্যৱহাৰ কৰি গাড়ী চলাইছিল। বাটত তেওঁ বেলাপুৰ দলংখন লোৱাৰ কথা আছিল। মহিলাগৰাকীয়ে কয় যে দলংখন লোৱাৰ পৰিৱৰ্তে গুগল মেপে কাষতে ৰাস্তা এটা ল’বলৈ নিৰ্দেশ দিছিল।

সেই নিৰ্দেশনা অনুসৰণ কৰি গৈ তেওঁৰ গাড়ীখন দলঙৰ কাষৰ ৰাস্তাৰ কাষৰ খাৱৈত পৰে। ঘটনাটো তাত উপস্থিত উপকূল ৰক্ষীৰ চকুত পৰে। খৰধৰকৈ তেওঁলোকে মহিলাগৰাকীক খাৱৈৰ পৰা উদ্ধাৰ কৰে। গাড়ীখন তুলিবলৈ ক্ৰেন এখন অনা হয়।

উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশত বিয়াৰ পৰা উভতি আহিছিল তিনিজন বন্ধু। নিশাৰ আন্ধাৰত নিৰ্মীয়মান এখন দলঙৰ পৰা ২০ ফুট তলত এখন তীব্ৰবেগী গাড়ী বাগৰি পৰে। ফলত তিনিওজন যাত্ৰীৰ মৃত্যু হয়।

তিনিওজনেই উত্তৰ প্ৰদেশৰ মইনপুৰী আৰু ফাৰুখাবাদৰ বাসিন্দা আছিল। তাৰ পূৰ্বে যোৱা বছৰৰ জুন মাহত কেৰালাৰ কাছাৰগোডত আন এখন গাড়ী নদীত পৰি যায়। সৌভাগ্যক্ৰমে নদীত কিছু দূৰ গৈ গাড়ীখন গছৰ ডালত আবদ্ধ হৈ পৰে। কেনেবাকৈ যাত্ৰী দুজনৰ প্ৰাণ ৰক্ষা পৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গুগল মেপ অনুসৰণ কৰি খাৱৈতপৰিল মহিলা
Share4Tweet3Send

Related Posts

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
50
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

by ASSAM TIMES POST
September 29, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
54
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
53
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
ADVERTISEMENT
United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
50
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
50
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
50
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d