ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HSLC results 2025 I হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষত জিলিকিল যোৰহাটৰ আমিশী শইকীয়া

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 11, 2025
Reading Time: 1 min read
A A
0
HSLC results 2025 I হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষত জিলিকিল যোৰহাটৰ আমিশী শইকীয়া

RELATED POSTS

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

New Logo Smal | ASSAM TIMES POST

শুকুৰবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC Exam) । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নিৰ্ধাৰণ কৰা বিভিন্ন ৱেবছাইটত পুৱা ১০.৩০ বজাত ফলাফল প্ৰকাশ পায়।

HSLC results 2025 I
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষত জিলিকিল যোৰহাটৰ আমিশী শইকীয়া:

শীৰ্ষ ৩ টা স্থান ফলাফলত এইবাৰ নিৰ্ধাৰণ কৰা ‘অৰ্ডাৰ অৱ মেৰিট’ৰ অসমৰ ভিতৰত শীৰ্ষ ৩ টা স্থান দখল যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (২টা) আৰু অসম জাতীয় বিদ্যালয়, নুনমাটিৰ। প্ৰথম স্থানত মুঠ ৫৯১ নম্বৰেৰে (৯৮.৫ শতাংশ) উজলিল প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰীৰ আমিশী শইকীয়া।

একেখন বিদ্যালয়ৰে ছাত্ৰ অনিৰ্বাণ বৰগোহাঁয়ে ৫৮৯ নম্বৰ (৯৮.১৭ শতাংশ) লাভ কৰি তৃতীয় স্থান দখল কৰে। আনহাতে, নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তৰ্ষ বৰদলৈয়ে ৫৯০ নম্বৰ (৯৮.৩৩ শতাংশ) লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।

প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ মুঠ ৪,২২,৭৩৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২,৭০,৪৭১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। আনহাতে, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৬১.০৯ শতাংশ।

ইয়াৰে ভিতৰত প্ৰথম বিভাগত ৮৯,০৪১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ লগতে ৫,৩৩৬ গৰাকীয়ে ডিষ্টিংছন আৰু ১৬,৫১৭ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে। ইয়াৰ উপৰিও বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ১,৬৮,৩১২ গৰাকী। আনহাতে, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত ৪৫, ৮৬২ গৰাকী উত্তীৰ্ণ হৈছে।

জিলা হিচাপত ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে শিৱসাগৰ জিলাই। দ্বিতীয় স্থানত ডিব্ৰুগড় (৮১.১০) আৰু তৃতীয় স্থানত আছে ধেমাজি জিলা (৮০.৬৪)। শ্ৰীভূমি জিলাৰ উত্তীৰ্ণ হাৰ সৰ্বনিম্ন (৪৭.৯৬)।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: জিলিকিল যোৰহাটৰ আমিশী শইকীয়াহাইস্কুল শিক্ষান্ত পৰীক্ষা
Share6Tweet4Send

Related Posts

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

by News Desk
October 27, 2026
51
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

by News Desk
October 24, 2026
52
ADVERTISEMENT
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026
50

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders
Guwahati

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

October 28, 2026
50
Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ
National-International

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

October 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ

October 28, 2026
Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

October 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d