ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱত তাৰালাংচত অপ্ৰীতিকৰ ঘটনা, আৰক্ষীৰে খণ্ড যুদ্ধ, শিলা বৰ্ষণ, শূন্যলৈ গুলী চালনা আৰক্ষীৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

Staff Reporter by Staff Reporter
February 20, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

New Logo Smal 2 | ASSAM TIMES POST

৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱত অপ্ৰতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ আজি পৱতি নিশা ২ বজাত সংঘটিত হয় উক্ত ঘটনা ৷ বৃহস্পতিবাৰে  পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰি কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই সাংবাদিকৰ সৈতে বাৰ্তালাপত এই কথা জানিবলৈ দিয়ে ৷ 

৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱ
৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱত তাৰালাংচত অপ্ৰীতিকৰ ঘটনা:

আনহাতে মধ্য সংমণ্ডলৰ আইজিপি শিৱ প্ৰসাদ গাঞ্জেলাও ঘটনাস্থলী পৰিদৰ্শন কৰে ৷প্ৰাপ্ত খবৰ অনুসৰি তাৰালাংচ ৫১ সংখ্যক যুৱ মহোৎসৱ টয়টা গাড়ীৰ অস্হায়ী শ্বৰোমত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হ’ল পৰিস্থিতি ৷

IMG 20250220 WA0018 1 | ASSAM TIMES POSTKCS ৰ ভলন্টিয়াৰ সকলে উগ্ৰ যুৱক সকলক বুজুৱাৰ চেষ্টা কৰি ব্যৰ্থ হ’লত আৰক্ষী আহে ৷ উগ্ৰ যুৱক সকলে আৰক্ষীৰ লগতো খণ্ডযুদ্ধত লিপ্ত হয় ৷ইয়াৰ পিছতে যুৱকৰ দলটোৱে তাৰালাংচ’ৰ মূল স্হানৰ পৰা আতৰি গৈ বাহিৰত APDCL ৰ গাড়ী জ্বলাই দিয়ে ৷ সেই গাড়ীৰ জুই নিৰ্বাপনৰ বাবে অহা অগ্নি নিবাপক বাহিনীৰ দুখন গাড়ী আৰু আৰক্ষীৰ গাড়ীতো আক্ৰমণ কৰে ৷বাধ্য হৈ আৰক্ষীয়ে শূনলৈ গুলী চালনা কৰিব লগা হয় ৷

IMG 20250220 WA0020 | ASSAM TIMES POSTকাৰবি যুৱ মহোৎসৱলৈ অহা লোকৰো কেইবাখনো গাড়ী শিলাবৰ্ষনত ক্ষতিগ্ৰস্ত হয় ৷ উক্ত ঘটনাত কেইবাগৰাকী আৰক্ষী জোৱান উগ্ৰ যুৱক সকলৰ শিলা বৰ্ষণত আহত হয় বুলি জানিব পৰা গৈছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আৰক্ষীৰে খণ্ড যুদ্ধতাৰালাংচত অপ্ৰীতিকৰ ঘটনাশিলা বৰ্ষণশূন্যলৈ গুলী চালনা আৰক্ষীৰ৫১ সংখ্যক কাৰবি যুৱ মহোৎসৱত
Share8Tweet5Send

Related Posts

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
59
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
ADVERTISEMENT
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d