ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India : মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত স্থগিত বৈবাহিক ধৰ্ষণৰ গোচৰ, আন বিচাৰপীঠত শুনানি

নিউজ ডেস্কঃ

News Desk by News Desk
October 23, 2024
Reading Time: 1 min read
A A
0
Supreme Court of India : মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত স্থগিত বৈবাহিক ধৰ্ষণৰ গোচৰ, আন বিচাৰপীঠত শুনানি

RELATED POSTS

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

New Logo Smal 3 | ASSAM TIMES POST

বৈবাহিক ধৰ্ষণক অপৰাধ (Marital rape crime) বুলি গণ্য কৰাৰ বাবে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ উচ্চতম ন্যায়ালয় (Supreme Court of DY Chandrachud)ৰ বিচাৰপীঠৰ সন্মুখত কেইবাটাও গোচৰ বিচাৰাধীন হৈ আছিল। বুধবাৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই গোচৰৰ শুনানি নলয় (Does not hear the case) বুলি অৱগত কৰে। বৈবাহিক ধৰ্ষণ গোচৰৰ শুনানি চাৰি সপ্তাহৰ বাবে স্থগিত ৰখা হ’ব বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। পিছত গোচৰসমূহৰ শুনানি আন কোনোবা বিচাৰপীঠত হ’ব।

উল্লেখ্য, অহা ১০ নৱেম্বৰত অৱসৰ ল’ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে। দিনটো দেওবাৰে পৰিছে। তেনে ক্ষেত্ৰত তেওঁৰ শেষ কৰ্মদিন ৮ নৱেম্বৰ। মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে বৈবাহিক ধৰ্ষণৰ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। বুধবাৰেও শুনানি গ্ৰহণ কৰা হয়। কিন্তু কেইবাজনো বিবাদীৰ অধিবক্তাই নিজৰ যুক্তি দাঙি ধৰিবলৈ অধিক সময় বিচাৰে। উক্ত গোচৰত উচ্চতম ন্যায়ালয়ে ইংগিত দিয়ে যে ১০ নৱেম্বৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ অৱসৰৰ পূৰ্বে গোচৰটো নিষ্পত্তি হোৱাৰ সম্ভাৱনা নাই। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অদূৰ ভৱিষ্যতে এই গোচৰৰ শুনানি শেষ কৰাটো সম্ভৱ নহয়।

rape 4 | ASSAM TIMES POST
মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত স্থগিত বৈবাহিক ধৰ্ষণৰ গোচৰ, আন বিচাৰপীঠত শুনানি

উচ্চতম ন্যায়ালয়ে কয় যে বৈবাহিক ধৰ্ষণৰ গোচৰৰ চাৰি সপ্তাহৰ পাছত নতুন বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত আৰ জি কৰৰ এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰো বিচাৰাধীন হৈ আছে। ৫ নৱেম্বৰত আৰ জি কৰ গোচৰৰ শুনানি হ’ব।

বৈবাহিক ধৰ্ষণক অপৰাধমূলক বুলি গণ্য কৰাৰ আবেদন সন্দৰ্ভত গোচৰটোৰ সৈতে জড়িত হৈ আছে কেইবাজনো আৰ জি কৰৰ আইনজীৱী। কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাও আছে। লগতে ইন্দিৰা জয়সিং, কৰুণা নন্দিৰাও আছে এই গোচৰত। বুধবাৰৰ শুনানিৰ সময়ত মেহতাই নিজৰ বক্তব্য দাখিল কৰিবলৈ আৰু এদিন সময় বিচাৰে। ৰাকেশ দ্বিবেদী, মনিন্দৰ সিং, গোপাল শঙ্কৰনাৰায়ণৰ উপৰি বহু অধিবক্তায়ো আদালতৰ পৰা সময় বিচাৰে।

উল্লেখ্য যে বৈবাহিক ধৰ্ষণৰ অভিযোগৰ ক্ষেত্ৰত ই ধৰ্ষণৰ গোচৰৰ অন্তৰ্গত নহয়। পূৰ্বৰ ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাত ২নং ব্যতিক্ৰমত উল্লেখ আছে যে পত্নীৰ সৈতে যৌন সম্পৰ্ক ধৰ্ষণ নহয়, যদিহে পত্নীৰ বয়স ১৫ বছৰৰ তলৰ নহয়। ভাৰতীয় ন্যায় সংহিতাতো বৰ্তমান একেধৰণৰ ব্যতিক্ৰম আছে। বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গঢ়ি তুলিবলৈ কেইবাটাও পক্ষই আদালতৰ কাষ চাপিছে। ১৭ অক্টোবৰৰ পৰা উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি আৰম্ভ হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MaritalRapeCrimeSupremeCourtবৈবাহিকধৰ্ষণৰগোচৰ
Share4Tweet3Send

Related Posts

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

by News Desk
October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

by News Desk
October 29, 2026
50
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

by News Desk
October 29, 2026
50
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

by News Desk
October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

by News Desk
October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

by News Desk
October 28, 2026
52
ADVERTISEMENT
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
50
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ
DIPHU

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
50
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d