ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Teen Girl Rape in Bus I  চলন্ত গাড়ীত নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাই কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 22, 2024
Reading Time: 1 min read
A A
0
Outrage in Dibrugarh After Woman Allegedly Molested in Milan Nagar :

RELATED POSTS

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

New Logo Smal 3 | ASSAM TIMES POST

চলন্ত গাড়ীত জোৰকৈ নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাই এগৰাকী ১৩ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ (Gang Rape)। উত্তৰ প্ৰদেশৰ মথুৰাত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই ঘটনা। ইফালে অভিযুক্ত যুৱক তিনিজনক বিচাৰিবলৈ আৰম্ভ কৰা হৈছে অভিযান।

Teen Girl Rape in Bus I 
চলন্ত গাড়ীত নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাই কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ:

অভিযোগ অনুসৰি, বৃহস্পতিবাৰে বিয়লি স্থানীয় গেলামালৰ দোকানলৈ গৈছিল কিশোৰীগৰাকী। সেই সময়ত পিয়াঁহত পানী খাব বিচৰাত এজন অভিযুক্তই তেওঁক পানী আগবঢ়াইছিল।

অভিযোগ অনুসৰি, সেই পানীত নিচাযুক্ত দ্ৰৱ্য মিহলি কৰা হৈছিল। উক্ত পানী খাই তেওঁৰ মূৰ ঘূৰাবলৈ ধৰে আৰু প্ৰায় অচেতন হৈ পৰাত যুৱকজনে জোৰকৈ গাড়ীত উঠাই দিয়ে। কিছু দূৰ গৈ গাড়ীত উঠে আৰু দুজন যুৱক। ইয়াৰ পিছতে কিশোৰীগৰাকীক চলন্ত গাড়ীতে দলবদ্ধ ধৰ্ষণৰ অভিযোগ।

ইফালে ধৰ্ষণৰ পিছতে তিনিওজন অভিযুক্তই কিশোৰীগৰাকীক এখন উৰণীয়া সেঁতুৰ তলত পেলাই থৈ পলায়ন কৰে। জ্ঞান ঘূৰাই পোৱাৰ পিছত কিশোৰীগৰাকীয়ে কেনেবাকৈ ঘৰলৈ উভতি আহি ঘটনাৰ সবিশেষ জনায়৷ লগে লগে পৰিয়ালৰ লোকে যুৱক তিনিজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে। আৰক্ষী অধীক্ষক ত্ৰিগুনা বিচেনে জানিবলৈ দিয়া মতে, ভুক্তভোগী কিশোৰীগৰাকীৰ চিকিৎসা পৰীক্ষা কৰা হৈছে।

পৰীক্ষাত ধৰ্ষণৰ প্ৰমাণ পোৱা গৈছে। তেওঁৰ গোপন জবানবন্দীও শনিবাৰে দণ্ডাধীশৰ সন্মুখত লিপিবদ্ধ কৰা হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি ইতিমধ্যে দুজন অভিযুক্তক চিনাক্ত কৰিছে। তিনিওজন অভিযুক্তক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে এক তালাচী অভিযান।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কৰাই কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগচলন্ত গাড়ীত নিচাযুক্ত দ্ৰৱ্য সেৱন
Share4Tweet3Send

Related Posts

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

by News Desk
August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

by News Desk
August 27, 2026
50
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
52
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d