ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Drugs Seized at Khatkhati I খটখটীত আৰক্ষীৰ জালত কোটি টকা মূল্যৰ সন্দেহজনক হেৰইন-ব্ৰাউন ছুগাৰসহ ৫ সৰবৰাহকাৰী

ষ্টাফ ৰিপৰ্টাৰ, ডিফু

Staff Reporter by Staff Reporter
October 7, 2024
Reading Time: 1 min read
A A
0
Drugs Seized at Khatkhati I খটখটীত আৰক্ষীৰ জালত কোটি টকা মূল্যৰ সন্দেহজনক হেৰইন-ব্ৰাউন ছুগাৰসহ ৫ সৰবৰাহকাৰী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

নিচাযুক্ত (Drugs) দ্ৰব্যবিৰেধী অভিযানত আন এক সফলতা অসম আৰক্ষীৰ৷ সোমবাৰে পুৱা খটখটীত সন্দেহযুক্ত হেৰইনসহ তিনি সৰবৰাহকাৰীক আটক আৰক্ষীৰ৷ আনহাতে, জব্দ কৰা হেৰইনখিনিৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

Drugs Seized at Khatkhati I
কোটি টকা মূল্যৰ সন্দেহজনক হেৰইন-ব্ৰাউন ছুগাৰসহ ৫ সৰবৰাহকাৰী:

খবৰ অনুসৰি, সোমবাৰে পুৱা ৮.৩০ মান বজাত খটখটী ষ্টেট বেংকৰ ওচৰত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়ত মশিপুৰৰ দিশৰ পৰা অৰুণাচল অভিমুখে গৈ থকা এখন বাহনত দলটোৱে তালাচী চলায়৷ AS 01 V 7436 নম্বৰৰ মাৰুতি চুজুকি এল্ট বাহনখনত তালাচী চলাওঁতেই উদ্ধাৰ হয় বৃহৎ পৰিমানৰ হেৰইনখিনি৷

বাহনখনত ১০ টা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল ১১৭. ৫২ গ্ৰাম ওজনৰ হেৰইনখিনি৷ আনহাতে, এই হেৰইনখিনি সৰবৰাহৰ লগত জড়িত অৰুণাচলৰ নং ইৰাং, তাৰাম ৰিয়ান আৰু বিৰাজ মালিক আৰক্ষীয়ে আটক কৰে৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তিনিওকে জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে৷

IMG 20241007 WA0016 | ASSAM TIMES POST

উল্লেখ্য যে এভিযানটোৰ নেতৃত্ব দিয়ে বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মই৷ তেওঁক সহযোগ কৰে খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল শইকীয়া, এছআই জিতুমণি শইকীয়া, অমৰ জ্যোতি শইকীয়াকে ধৰি আৰক্ষীৰ দলে৷

আনহাতে, ইয়াৰ পূৰ্বে দেওবাৰে নিশাও বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুই সৰবৰাহকাৰীক আটক কৰে খটখটী আৰক্ষীয়ে৷ নিশা প্ৰায় ৯ বজাত এক গোপন খবৰৰ ভিত্তিত খটখটী আৰক্ষীয়ে এই অভিযান চলায় বুলি সোমবাৰে খটখটী আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ সূত্ৰ অনুসৰি, অসম-নাগালেণ্ড সীমান্তৰ কালিৰাম বস্তিত নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ এক চুক্তি সন্দৰ্ভত আৰক্ষীয়ে গোপন সূত্ৰে তথ্য লাভ কৰে৷

এই তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়াৰ তত্বাৱধানত তথা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এক অভিযান চলাই ডিমাপুৰৰ দিশৰ পৰা খোজকাঢ়ি আহি থকা অৱস্থাত মণিপুৰৰ সেনাপতি জিলাৰ ধন বাহাদুৰ খোৱাৰ আৰু গাম্মিনচোন চাংলোইক তালাচী চলাই ১.৫০ কিলোগ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰে৷ ইয়াৰ পিছত দুয়ো সৰবৰাহকাৰীক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷

Tags: কোটি টকা মূল্যৰ সন্দেহজনকখটখটীত আৰক্ষীৰ জালতহেৰইন-ব্ৰাউন ছুগাৰসহ ৫ সৰবৰাহকাৰী
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx