ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Assembly Autumn Session 2024 I অসমৰ চাৰি জিলাত মণিপুৰী ভাষাক সহযোগী ভাষাৰ স্বীকৃতি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 30, 2024
Reading Time: 1 min read
A A
0
Key Legislative Developments in Assam’s Autumn Session

RELATED POSTS

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

ROAD ACCIDENT : জখলাবন্ধা ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

New Logo Smal 4 | ASSAM TIMES POST

অসম বিধানসভাৰ চলিত শৰৎকালীন অধিবেশনত ৪ খন জিলাত মণিপুৰী ভাষাক (Manipuri language) সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান। বৃহস্পতিবাৰে অসম বিধানসভাত এই সম্পৰ্কীয় এখন বিধেয়ক গৃহীত কৰা হয়। বৰাকৰ ৩ খন জিলাৰ লগতে হোজাইত মণিপুৰী ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।

Assam Assembly Autumn Session 2024 I
অসমৰ চাৰি জিলাত মণিপুৰী ভাষাক সহযোগী ভাষাৰ স্বীকৃতি:

উল্লেখ্য, ২২ আগষ্টত বিধানসভাত মন্ত্ৰী পীযুষ হাজৰীকাই অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক, ২০২৪ উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰীৰ হৈ উত্থাপন কৰা এই বিধেয়কৰ বিষয়বস্তু বৰ্তমান গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধীনত আছে। আনহাতে, বিধেয়কখন সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মণিপুৰী ৰাইজে এই মৰ্যাদা প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে। সেয়ে আজিৰ এই দিনটো এক ঐতিহাসিক দিন।”

উল্লেখ্য যে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইত অনুসূচী-২ত নিৰ্ধাৰিত সকলো বা যিকোনো চৰকাৰী উদ্দেশ্যৰ বাবে সহযোগী চৰকাৰী ভাষা হিচাপে মণিপুৰী ভাষা ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। এই বিধেয়কখনত মণিপুৰী ভাষাক চাৰি জিলাত স্বীকৃতি দিবলৈ অসম চৰকাৰী ভাষা আইন, ১৯৬০ত এটা নতুন ধাৰা ৫বি অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসমৰ চাৰি জিলাত মণিপুৰী ভাষাকসহযোগী ভাষাৰ স্বীকৃতি
Share4Tweet3Send

Related Posts

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ
Assam

Silchar : শিলচৰৰ চানমাৰীত মৰ্মান্তিক ঘটনা, আৱাসিক ফ্লেটৰ গেট ভাঙি মৃত্যু নিৰাপত্তাৰক্ষী নিখিল দাসৰ

by News Desk
October 23, 2026
51
Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী
Assam

Road accident : বৰমাৰ বাটাচাৰাত পথ দুৰ্ঘটনা, নিহত এগৰাকী ছাত্ৰী

by News Desk
October 23, 2026
51
Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ROAD ACCIDENT : জখলাবন্ধা ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

by News Desk
October 23, 2026
50
CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway
Assam

CM Vigilance Cell DSP Found Dead in Bongaigaon Hotel, Probe Underway

by News Desk
October 22, 2026
56
Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!
Assam

Road accident : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা!

by News Desk
October 22, 2026
51
Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
October 22, 2026
51
ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
50
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
50
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d