ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আজিৰে পৰা ৩১ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভঃ ডিফু ক্লাৱত ছাত্ৰ-ছাত্ৰীৰ মাজত জিলা পৰিবহন বিভাগ আৰু মটৰ চালক আৰু শ্ৰমিক সন্থাৰ উদ্যোগত চিত্ৰাঙ্কণ প্ৰতিযোগিতা

ASSAM TIMES POST by ASSAM TIMES POST
January 11, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙতো কাৰবি আংলং জিলা পৰিবহন বিষয়াৰ কাৰ্যাসলয়ৰ উদ্যোগত শুভাৰম্ভ হৈছে ৩১ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২০৷

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

এই উপলক্ষে জিলা পৰিবহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত পথ সুৰক্ষা ও সজাগতাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ আজি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ঐতিহাসিক ডিফু ক্লাবত জিলা পৰিবহন বিভাগৰ উদ্যোগত আৰু কাৰবি আংলং জিলা মটৰ শ্ৰমিক আৰু চালক সন্থাৰ সহযোগত কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষা সজাগতা বিষয়ৰ ওপৰত এখনি চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ চিত্ৰাঙ্কণ প্ৰতিযোগিতা খনৰ যোগেদি জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতে আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত জিলা পৰিবহন বিভাগৰ উদ্যোগত বৃক্ষপুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

WhatsApp Image 2020 01 11 at 00.19.29 1 | ASSAM TIMES POST

জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে সাংবাদিকৰ আগত কয়যে, “পথ সুৰক্ষা, জীৱন সুৰক্ষা” থীম হিচাপে লৈ আৰম্ভ কৰা এইবাৰৰ পথ সুৰক্ষা সপ্তাহত সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলাখনতো ৰাইজৰ মাজত পথ সুৰক্ষা সন্দৰ্ভত সৰ্ব স্তৰত সজাগতা গ্ৰহণ কৰা হব ৷ ৰাইজক সজাগতা কাৰ্যসূচীৰ জৰিয়তে পথ- সুৰক্ষাৰ নীতি- নিয়ম সমূহ সহজ আৰু সৰল প্ৰক্ৰিয়াৰে বুজোৱাৰ চেষ্টা কৰা হব ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক পথ সুৰক্ষা সন্দৰ্ভত জ্ঞান প্ৰদান কৰা হব, কাৰণ ছাত্ৰ-ছাত্ৰী সকলেই হৈছে ভৱিষ্যতৰ সু-নাগৰিক৷

WhatsApp Image 2020 01 11 at 00.19.30 | ASSAM TIMES POST

সপ্তাহ জোৰা পথ সুৰক্ষা সপ্তাহ ১১ জানুৱাৰীৰ পৰা আৰম্ভ হৈ ১৭ জানুৱাৰীত অন্ত পৰিব৷ ৩১ সংখ্যক পথ সুৰক্ষা সপ্তাহৰ কাৰ্য ক্ৰমণিকা অনুসৰি ১১ জানুৱাৰী পুৱা ডিফু ক্লাৱত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা, ডিফুৰ আৰবেৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত বৃক্ষ ৰোপণ, বকাজানত পথ সুৰক্ষা সপ্তাহ সভা৷

WhatsApp Image 2020 01 11 at 00.19.30 1 | ASSAM TIMES POST

১২ জানুৱাৰী পুৱাৰ ভাগত ডিফু গান্ধী পাৰ্কৰ পৰা মাঞ্জা তিনি আলিলৈকে ৱাকথান মাৰাথন প্ৰতিযোগিতা, ডিফু ‘কাবা’ চৌহদত চকু চিকিৎসা শিৱিৰ, হাওৰাঘাটত জন সভা, ১৩ জানুৱাৰী পুৱা ডিফু ক্লাৱত পথ সুৰক্ষা সমদল আৰু ডিফু ক্লাবত জনসভা, ১৪ জানুৱাৰীত মাঞ্জাত জনসভা, দেৱাল লিখন, পত্ৰ বিতৰণ, ১৫ জানুৱাৰীত জিলাৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষা শীৰ্ষক সজাগতা সভা আৰু গোহাৰি পত্ৰ বিতৰণ, ১৬ জানুৱাৰীত জিলাৰ বিভিন্ন স্থানত সজাগতা সভা আৰু দেৱাল তুলিকা আৰু ১৭ জানুৱাৰীত ডিফুৰ পৰা মাঞ্জালৈ মটৰ চাইকেল সমদলেৰে সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী৷ ৩১ সংখ্যক পথ সুৰক্ষাৰ উদ্ধোধনী কাৰ্যসূচীত জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জি, এমভিআই এইছ এম শইকীয়া লগতে জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ষ্টাফ সকল উপস্থিত আছিল৷

WhatsApp Image 2020 01 11 at 00.19.29 | ASSAM TIMES POST

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx