ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Press Conference I APHLC প্ৰধান জে আই কাথাৰৰ অভিযোগ : পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ ১৪ কোটি টকাৰে ভিয়েটনাম ভ্ৰমণ তুলিৰাম এণ্ড কোম্পানীৰ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
May 27, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

New Logo Smal 2 | ASSAM TIMES POST
পাহাৰৰ আঞ্চলিক দল অল পাৰ্টি হিলচ্ লীডাৰ কনফাৰেন্স (All Party Hills Leader Conference)ৰ (APHLC)  সভাপতি তথা লোকসভা নিৰ্বাচনৰ দলটোৰ প্ৰাৰ্থী জনচ্ ইংতি কাথাৰে আজি বিয়লি এক সংবাদ মেল (Press Conference of John’s Ingti Kathar) সম্বোধন কৰি এক বিস্ফোৰক অভিযোগ কৰে ৷

নিৰ্বাচন শেষ কৰি ১৪ মেত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ কাৰ্যবাহী সদস্য , MAC বিভিন্ন নিকায় নিগমৰ অধ্যক্ষ   আৰু দলৰ বছা বছা নেতা সহ ৩০ জনীয়া এটা দল এসপ্তাহৰ বাবে কৃষি ক্ষেত্ৰ অধ্যয়নৰ বাবে গৈছিল ভিয়েটনামলৈ ৷ তাৰ পৰা মুখ্য কাৰ্যবাহী সদস্য গৰাকী গ’ল আন আন দেশলৈ ৷  কিন্তু এই দলটোত কোনো কৃষি বিভাগৰ বিজ্ঞানী বা বিষয়া নাছিল ৷

APHLC প্ৰধান জে আই কাথাৰৰ অভিযোগ
APHLC প্ৰধান জে আই কাথাৰৰ অভিযোগ:

আজি সংবাদ মেল সম্বোধন কৰি জনচ্ ইংতি কাথাৰে কয় যে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ  উন্নয়নৰ ১৪ কোটি টকা খৰছ কৰি  নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়ত দলটো ভিয়েটনামলৈ গৈছে ৷ যিটো ৰাজহুৱা ধনৰ শৰাধ ৷

তেওঁ কয় যে পৰিষদে সৰু সৰু ঠিকাদাৰক বছৰ বছৰ ধৰি বিল দিয়া নাই , শিক্ষক কৰ্মচাৰীক মাহে মাহে দৰমহা দিব পৰা নাই ৷ ধুমুহাত ঘৰ ভঙা মানুহৰ খাবলৈ নথকা সময়ত তেওঁলোকে বিলাস ভ্ৰমণ কৰিছে ৷ তেওঁ ভাৰতৰ  মুখ্য নিৰ্বাচন আয়ুক্তৰ এই বিষয়ে অৱগত কৰি এক অভিযোগ দিছে  ৷

লগতে ভোটাৰ তালিকাৰ পৰা বহু অসমীয়া , আদিবাসী আৰু জনজাতীয় লোকৰ নাম BLO সকলে কৰ্তন কৰিছে৷ তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰি নেতাগৰাকীয়ে নিৰ্বাচন আয়ুক্তক পত্ৰ দিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: John'sIngtiKatharজেআইকাথাৰ
Share12Tweet8Send

Related Posts

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
59
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

by News Desk
August 16, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

by News Desk
August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

by News Desk
August 13, 2026
53
ADVERTISEMENT
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d